- ৰাজনীতি অসমৰ প্ৰতিবেদন
ৰাজনীতি অসম’ (WWW.RAJNITIAXOM.COM) : অসমৰ প্ৰথম ৰাজনৈতিক ই-আলোচনী
ৰাজনীতি অসমৰ যোৱা মাহৰ অপিনিয়ন প’লত আমি প্ৰশ্ন কৰিছিলো অসমৰ কোনটো সমষ্টিত সৰ্বাধিক আৰু কোনটো সমষ্টিত সৰ্বনিম্ন ভোটৰ ব্যৱধানত জয়ী হ’ব বিজয়ী প্ৰাৰ্থী। আমাৰ প’ল মতে গুৱাহাটীত সৰ্বাধিক আৰু নগাওঁত সৰ্বনিম্ন ভোটত জয়ী হ’ব বিজয়ী প্ৰাৰ্থীজন।