- বিশ্বজিত নাথ
ৰাজনীতি অসম’ (WWW.RAJNITIAXOM.COM) : অসমৰ প্ৰথম ৰাজনৈতিক ই-আলোচনী
কালি অসমৰ সাংসদ গৌৰৱ গগৈয়ে লোকসভাত বক্তব্য ৰাখিলে। ইয়াৰ পিছতেই একাংশ লোকে তেওঁৰ বক্তব্য শুনি ভক্তিত গদগদ হৈ পৰিছে। কিন্তু তেওঁলোকে পাহৰি যোৱা অনুচিত গৌৰৱ গগৈয়ে কোনটো ৰাজনৈতিক দলক প্ৰতিনিধিত্ব কৰে।হিন্দুসকলে এতিয়াও কংগ্ৰেছক বুজিব পৰা নাই নেকি?
অনুচ্ছেদ ২৫, ২৮, ৩০ (১৯৫০)
এইচ আৰ চি ই আইন (১৯৫১)
এইচ চি বি এম পি এল (১৯৫৬)
ধৰ্মনিৰপেক্ষতা (১৯৭৫)
সংখ্যালঘু আইন (১৯৯২)
POW আইন (১৯৯১)
ৱাকফ আইন (১৯৯৫)
ৰাম সেতু শপতনামা (২০০৭)
গেৰুৱা সন্ত্ৰাসবাদ (২০০৯)
১/ কংগ্ৰেছ দলে ২৫ নং অনুচ্ছেদৰ দ্বাৰা ধৰ্মান্তৰকৰণক বৈধতা প্ৰদান কৰে।
২/ ২৮ নং অনুচ্ছেদৰ জৰিয়তে হিন্দুসকলৰ পৰা ধৰ্মীয় শিক্ষা কাঢ়ি লৈছিল যদিও ৩০ নং অনুচ্ছেদত মুছলমান আৰু খ্ৰীষ্টানসকলক ধৰ্মীয় শিক্ষাৰ অনুমতি দিছিল।
৩/এইচ আৰ চি ই এক্ট ১৯৫১ প্ৰণয়ন কৰি হিন্দুৰ পৰা সকলো মন্দিৰ আৰু মন্দিৰৰ ধন কাঢ়ি লৈ যায়।
৪/ হিন্দু সংহিতা বিধেয়কৰ অধীনত বিবাহ বিচ্ছেদ আইন,যৌতুক আইন দ্বাৰা হিন্দু পৰিয়াল ধ্বংস কৰিছিল যদিও মুছলমানৰ Personal Law স্পৰ্শ কৰা নাছিল। তেওঁলোকক বহুবিবাহৰ অনুমতি দিলে যাতে তেওঁলোকে জনসংখ্যা বৃদ্ধি কৰি থাকিব পাৰে।
৫/ ১৯৫৪ চনত বিশেষ বিবাহ আইন আনিছিল যাতে মুছলমান ল’ৰাই সহজে হিন্দু ছোৱালীৰ লগত বিবাহপাশত আবদ্ধ হয়।
৬/১৯৭৫ চনত তেওঁলোকে জৰুৰীকালীন অৱস্থা জাপি দিলে, সংবিধানত বলপূৰ্বক “ধৰ্মনিৰপেক্ষতা” শব্দটো অন্তৰ্ভুক্ত কৰিলে আৰু ভাৰতবৰ্ষক বলপূৰ্বক ধৰ্মনিৰপেক্ষ ঘোষণা কৰিলে।
৭/ কংগ্ৰেছ ইয়াতেই থমকি ৰোৱা নাছিল।১৯৯১ চনত তেওঁলোকে সংখ্যালঘু আয়োগ আইন আনি ঘোষণা কৰে যে মুছলমান সংখ্যালঘু যদিও ধৰ্মনিৰপেক্ষ দেশত সংখ্যাগৰিষ্ঠ – সংখ্যালঘু হ’ব নোৱাৰে।
৮/ তেওঁলোকক সংখ্যালঘূ আইন অনুসৰি বিশেষ অধিকাৰ দিছিল যেনে Scholarship, চৰকাৰী বিভিন্ন সা-সুবিধা।
৯/ ১৯৯২ চনত তেওঁলোকে হিন্দুসকলক আইনী পদ্ধতিৰে মন্দিৰ ঘূৰাই লোৱাত বাধা দিছিল আৰু Worship Act ৰ দ্বাৰা হিন্দুৰ পৰা ৪০০০০০ মন্দিৰ কাঢ়ি লৈছিল।
১০/ কংগ্ৰেছ আনকি ইয়াতেই থমকি ৰোৱা নাছিল আৰু ১৯৯৫ চনত মুছলমানক যিকোনো মাটি দাবী কৰাৰ, ৱাকফ আইনৰ দ্বাৰা যিকোনো হিন্দুৰ মাটি কাঢ়ি লোৱাৰ অধিকাৰ দিছিল আৰু মুছলমানক ভাৰতৰ দ্বিতীয় বৃহত্তম ভূমিৰ গৰাকী কৰি দিছিল।
১১/ ২০০৭ চনত তেওঁলোকে উচ্চতম ন্যায়ালয়ত ৰামসেতুৰ শপতনামাত “শ্ৰী ৰাম”ৰ অস্তিত্ব অস্বীকাৰ কৰিছিল আৰু ২০০৯ চনত কংগ্ৰেছে গেৰুৱা উগ্ৰবাদ শব্দটো উদ্ভাৱন কৰি সনাতন হিন্দু ধৰ্মক উগ্ৰ ধৰ্ম হিচাপে ঘোষণা কৰিছিল।
১২/ আৰু আশ্বৰ্জনক কথাটো হ’ল একেটা কংগ্ৰেছ দলে তেওঁলোকৰ ১৩৬ বছৰীয়া ইতিহাসত কেতিয়াও কেতিয়াও বুৰ্খা,তিনি তালাকত কোনো উগ্ৰবাদ পোৱা নাছিল।
১৩/ কংগ্ৰেছে লাহে লাহে অতি চতুৰতাৰে এপদ এপদকৈ হিন্দুৰ কাপোৰ খুলি থাকিল। তেওঁলোকে এটা এটাকৈ হিন্দুৰ অধিকাৰ কাঢ়ি লৈ গ’ল আৰু এতিয়া হিন্দুসকলক সকলো বস্তুৰ পৰা সম্পূৰ্ণ বঞ্চিত কৰিলে কিন্তু আশ্বৰ্জনক কথাটো হ’ল দেশৰ হিন্দু সমাজ এতিয়াও ইয়াৰ বিষয়েও সচেতন নহয়।
১৪/ হিন্দু সকলৰ নিজস্ব মন্দিৰ নাই, হিন্দু ধৰ্মীয় শিক্ষা নাই, হিন্দুৰ মন্দিৰৰ ভূমি তেওঁলোকৰ স্থায়ী সম্পত্তি নহয়।আৰু কোনেও প্ৰশ্নও নকৰে!
কিয় মছজিদ আৰু গীৰ্জা চৰকাৰৰ নিয়ন্ত্ৰণৰ বাহিৰত কিন্তু মন্দিৰ চৰকাৰৰ অধীনত আছে?
কিয় আছে চৰকাৰী মাদ্ৰাছা? কিয় কনভেণ্ট স্কুলৰ বাবে চৰকাৰে ধন আগবঢ়ায়?কিয় চৰকাৰী পুঁজি গুৰুকুললৈ প্ৰদান কৰা নহয়?কিয় মুছলমানৰ বাবে ৱাকফ আইন আছে কিন্তু হিন্দু ভূমি আইন নাই কিয়? কিয় মুছলমানৰ বাবে পাৰ্চনেল বৰ্ড আছে কিন্তু হিন্দু পাৰ্চনেল ব’ৰ্ড নাই কিয় ? সংখ্যাগৰিষ্ঠ সংখ্যালঘু কিয়, যদি ভাৰত ধৰ্মনিৰপেক্ষ দেশ?স্কুলত কিয় ৰামায়ণ আৰু মহাভাৰত পঢ়োৱা নহয়?
১৫/ ঔৰংজেবে সনাতন হিন্দু ধৰ্ম ধ্বংস কৰিবলৈ তৰোৱাল ব্যৱহাৰ কৰিছিল। কংগ্ৰেছে সনাতন হিন্দু ধৰ্ম ধ্বংস কৰিবলৈ সংবিধান,আইন,বিধেয়ক ব্যৱহাৰ কৰিছিল আৰু য’ত তৰোৱাল বিফল হৈছিল তাত সংবিধানে কাম কৰিছিল।
১৬/ যদি কোনোবাই এই প্ৰশ্নবোৰ সুধিবলৈ চেষ্টা কৰে তেন্তে তেওঁক সাম্প্ৰদায়িক,গেৰুৱা ভক্ত বুলি ঘোষণা কৰা হয়।
১৭/ মনত ৰাখিব শক্তিশালী ৰোমান ধৰ্মৰ পতনত মাত্ৰ ৮০ বছৰ সময় লাগিল। প্ৰতিজন হিন্দুৱে ৰোমান সভ্যতাৰ পতনৰ কথা পঢ়িব লাগিব।
কোনো বাহ্যিক শক্তিয়ে তেওঁলোকক পৰাস্ত কৰিব নোৱাৰিলে;তেওঁলোকৰ নিজৰ শাসক কনষ্টেণ্টাইন আৰু খ্ৰীষ্টান ধৰ্মৰ দ্বাৰা আভ্যন্তৰীণভাৱে পৰাস্ত হ’ল।
১৮/ হিন্দুসকলে ১৯৫০ চনৰ পৰা নেহৰু আৰু তেওঁৰ পৰিয়ালক নিৰ্বাচিত কৰি আহিছিল আৰু ইয়াৰ বাবে নিজৰেই যথেষ্ট ধ্বংস কৰিছিল।
হিন্দুসকল দাসত্বৰ মানসিকতাৰ পৰা ওলাই অহাৰ সময় সমাগত লাচিত বৰফুকন,শিৱাজী,মহাৰাণা প্ৰতাপৰ দৰে হোৱাৰ সময় সমাগত। যিসকলে নিজৰ ৰাজত্বকালত কেতিয়াও দাস হোৱা নাছিল।