- ৰাজনীতি অসমৰ প্ৰতিবেদন
ৰাজনীতি অসম’ (WWW.RAJNITIAXOM.COM) : অসমৰ প্ৰথম ৰাজনৈতিক ই-আলোচনী
২০২৫ৰ চামগুৰি উপনিৰ্বাচনত বিজয়ৰ পিছত মুছলমান সমাজৰ মাজত বিজেপিৰ জনপ্ৰিয়তা বৃদ্ধিৰ উমান পোৱা গৈছে। এতিয়া প্ৰশ্ন হ’ল ২০২৬ তো বিজেপিয়ে চামগুৰিৰ নিচিনা মুছলমানৰ সহাৰি পাব নেকি? নে চামগুৰি বিজয় ৰকিবুল হুছেইনৰ বিৰুদ্ধে ক্ষন্তেকীয়া খং আছিল? ৰাজনীতি অসমৰ যোৱা মাহৰ অ’পিনিয়ন প’লত ৫০% ৰাইজে ২০২৬ত মুছলমানৰ সমৰ্থন লাভ কৰিব বুলি ব্যক্ত কৰে। আনফালে ৫০% ৰাইজৰ মতে বিজেপিয়ে মুছলমানৰ ভোট লাভ নকৰে। এতিয়া অপেক্ষা মাথো আৰু এটা বছৰ।