- ৰাজনীতি অসমৰ প্ৰতিবেদন
ৰাজনীতি অসম’ (WWW.RAJNITIAXOM.COM) : অসমৰ প্ৰথম ৰাজনৈতিক ই-আলোচনী
ৰাজনীতি অসমৰ ছেপ্তেম্বৰ ২০২৪ৰ অ’পিনিয়ন প’লত আমি প্ৰশ্ন কৰিছিলো _ ২০২৬ চনৰ অসম বিধানসভাৰ নিৰ্বাচনৰ প্ৰধান ইছু কি হ’ব? আমাৰ অ’পিনিয়ন প’লৰ ফলাফল এনেধৰণৰঃ
মিঞা বনাম খিলঞ্জীয়া: ৪১.২%
জাতীয়তাবাদ: ২৩.৫%
উন্নয়ন: ১৭.৬%
দুৰ্নীতি : ১১.৮%
অন্য: ৫.৯%
আমাৰ অ’পিনিয়ন প’লত এটা কথা স্পষ্ট হ’ল যে আগন্তুক বিধানসভা নিৰ্বাচনত ‘মিঞা বনাম খিলঞ্জীয়া’ এটা প্ৰধান ইছু হ’বলৈ গৈ আছে। নিৰ্বাচনলৈ আৰু প্ৰায় ডেৰ বছৰ সময় আছে। বিৰোধীয়ে যদি ইয়াক সলনি কৰিব পাৰে তেন্তে তেওঁলোকৰ বাবে সুবিধাজনক হ’ব।