ইছলামিক সন্ত্ৰাসবাদ আৰু ধৰ্মনিৰপেক্ষতাৰ ভণ্ডামি

699
  • ডঃ অংকিতা দত্ত ( জে.এন.ইউ , নতুন দিল্লী)

ৰাজনীতি অসম’ (WWW.RAJNITIAXOM.COM) : তিনি বছৰ: ২ লাখ ১২ হাজাৰ পঢ়ুৱৈ


আৰম্ভণিতে, এইটো স্বীকাৰ কৰাটো অটি গুৰুত্বপূৰ্ণ যে ইছলামিক প্ৰব্ৰজন এক জলন্ত ৰাজনৈতিক, অৰ্থনৈতিক আৰু জনগাঁথনিগত বিষয় আৰু কেৱল সাম্প্ৰদায়িক নহয়। এয়া কেৱল এটা সম্প্ৰদায়ৰ ধৰ্মীয় পৰিচয়ক বিদেশী শক্তিৰ পৰা ৰক্ষা কৰাৰ বিষয়ে নহয়, কিন্তু ইয়াৰ সাংস্কৃতিক আৰু সভ্যতাৰ অস্তিত্ব সুৰক্ষিত কৰাৰ বিষয়ে অধিক।
দীৰ্ঘদিন ধৰি বুদ্ধিজীৱী এচামে ইছলামোফোবিয়াৰ দৰে শব্দৰ আশ্ৰয় লৈ মানুহক বিপথে পৰিচালিত কৰি আহিছে। তেওঁলোকৰ গৱেষণা পত্ৰবোৰে সন্ত্ৰাসবাদৰ কোনো ধৰ্ম নাই আৰু সকলো সমাজ আৰু সভ্যতা সহনশীল আৰু শান্তিপ্ৰেমী হোৱাৰ বিষয়ে প্ৰতাৰণামূলক আৰু ভণ্ডামিপূৰ্ণ দাবী কৰা দেখা পোৱা যায়। কেৱল ভাৰততে নহয়, ইউৰোপ আৰু আমেৰিকাতো আজি ভয় আৰু নিৰাপত্তাহীনতাৰ এক প্ৰকৃত অনুভূতি বিৰাজ কৰিছে। এইটো লেবেনশ্ৰাউমৰ (বাসস্থান) এক সুপৰিকল্পিত আৰু সু-কাৰ্যকৰী জনগাঁথনিগত আক্ৰমণৰ দ্বাৰা ইন্ধন যোগোৱা সাংস্কৃতিক ধ্বংসৰ এক স্পষ্ট বাস্তৱ। সেয়েহে, ইয়াক ‘ইছলামোফোবিয়া’ৰ দৰে অপমানজনক শব্দৰ ব্যৱহাৰৰ জৰিয়তে অৱমাননা কৰিব নোৱাৰি আৰু কৰিবও নালাগে।
আমি স্বীকাৰ কৰিব লাগিব যে ইছলাম এতিয়া সমগ্ৰ বিশ্বৰ দ্ৰুততম বিকাশশীল ধৰ্ম। ইউৰোপৰ ইছলামীকৰণৰ বিপদ আজি বাস্তৱত পৰিণত হৈছে। আমেৰিকা মহাদেশেও এই ক্ষেত্ৰত বেছি পিছ পৰি থকা নাই। আমেৰিকা যুক্তৰাজ্যত, আমেৰিকান নাগৰিকৰ বৰ্তমানৰ উৰ্বৰতাৰ হাৰ হৈছে 1.6; লেটিনো ৰাষ্ট্ৰসমূহৰ প্ৰৱেশৰ সৈতে, হাৰ 2.11 লৈ বৃদ্ধি হয়, যি হৈছে এটা সংস্কৃতি বজাই ৰখাৰ বাবে প্ৰয়োজনীয় এক নিম্নতম। ১৯৭০ চনত আমেৰিকাত ১,০০,০০০ মুছলমান আছিল। 2008 চনত, এই সংখ্যা 9,000,000’ত কৈ ওপৰলৈ বৃদ্ধি হৈছিল! দৰাচলতে, প্ৰব্ৰজনৰ বিষয়টো আমেৰিকান নাগৰিকৰ এক মুখ্য আৱেগিক উদ্বেগ হৈ পৰিছে, যাৰ ফলত ইয়াত ৰাষ্ট্ৰপতি নিৰ্বাচনৰ ফলাফলো প্ৰভাৱিত হৈছে। পৃথিৱীখন জনগাঁথনিগত আৰু সাংস্কৃতিক ভাৱে অতি দ্ৰুতগতিত আমাৰ চকুৰ সন্মুখতে সলনি হৈ আছে।
ইছলামিক প্ৰব্ৰজনৰ প্ৰশ্নটোৱে আজিৰ তাৰিখত পশ্চিমীয়া দেশসমূহৰ ৰাজনীতি, সামাজিক ব্যৱস্থা আৰু সংস্কৃতিৰ ওপৰত গুৰুতৰ সমস্যাৰ সৃষ্টি কৰিছে। গজনী আৰু ঘোৰীৰ সময়ৰ পৰা ভাৰতে সদায়ে যি প্ৰত্যক্ষ কৰি আহিছে, এতিয়া সমগ্ৰ বিশ্বতে ইয়াৰ আটাইতকৈ কুৎসিত প্ৰতিক্ৰিয়াৰ সৈতে পুনৰাবৃত্তি হৈ আছে। কিন্তু, ভাৰতৰ ধাৰণা এতিয়াও বাচি আছে কিয়নো আমাৰ ধৰ্ম সদায় বিদেশী আক্ৰমণকাৰীসকলৰ সন্মুখত এক ত্ৰাণকৰ্তা হিচাপে দৃঢ়তাৰে থিয় হৈ আহিছে। আমাৰ হিন্দু সমাজত বহুতো সমস্যা থকা স্বত্বেও, ক্ষত্ৰিয় প্ৰতিৰোধৰ মনোভাৱ এতিয়াও জীয়াই আছে। আমাৰ ধৰ্মীয় উপাসনাস্থলী ধ্বংস কৰা, আমাৰ মহিলা আৰু শিশুসকলক ধৰ্ষণ কৰা আৰু আমাৰ ধন-সম্পত্তি লুণ্ঠন কৰা ৰক্ত-পিপাসু ইছলামী আক্ৰমণৰ এক হিংসাত্মক সাংস্কৃতিক স্মৃতি আমাৰ ভৰতবৰ্ষৰ লোকসকলৰ মাজত এতিয়াও জীয়াই আছে।
কিন্তু, ভাৰতৰ বিপৰীতে, ইউৰোপত ইছলামৰ সৈতে এক হিংসাত্মক অতীতৰ সামূহিক স্মৃতি নাই। পশ্চিম ইউৰোপ, য’ত প্ৰটেস্টাণ্ট খ্ৰীষ্টান ধৰ্মৰ উৎপত্তি হৈছিল আৰু কেথলিক ধৰ্ম ইয়াৰ ইতিহাসৰ বেছিভাগ সময়ৰ বাবে আধাৰিত আছিল, পৃথিৱীৰ আটাইতকৈ ধৰ্মনিৰপেক্ষ অঞ্চলহিচাপে পৰিচিত। ইছলামিক প্ৰব্ৰজন এতিয়া এক সমস্যা নহয় যি কেৱল অৰ্থনৈতিক অস্তিত্বৰ যুক্তিৰ দ্বাৰা চালিত হয়। কেৱল অৰ্থনৈতিক দৃষ্টিকোণৰ পৰা ইয়াক বুজিবলৈ চেষ্টা কৰাৰ অৰ্থ হৈছে ৰাষ্ট্ৰীয় সুৰক্ষাৰ প্ৰকৃত উদ্বেগক উপেক্ষা কৰা। বলপূৰ্বক ধৰ্মীয় ধৰ্মান্তৰকৰণ আৰু হত্যাকে ধৰি যিকোনো উপায়েৰে নিজৰ ধৰ্মসম্প্ৰসাৰণৰ ওপৰত এটা পক্ষৰ নিৰন্তৰ জোৰ, এনে বৰ্বৰতাত বিশ্বাস নকৰা সমাজ আৰু সংস্কৃতিৰ বিৰুদ্ধে ইছলাম হৈছে এক যুদ্ধৰ হুংকাৰ।
কোনো আদৰ্শগত পক্ষপাতিত্ব অবিহনে এক অ-বিচাৰাত্মক আৰু অ-পক্ষপাতদুষ্ট আলোচনাত লিপ্ত হ’বলৈ আমি প্ৰথমে কিছুমান কঠিন কিন্তু সঁচা তথ্য সততাৰে বুজি স্বিকাৰ কৰিব লাগিব। এইটো অতি গুৰুত্বপূৰ্ণ যে সমগ্ৰ বিশ্বৰ অ-মুছলমানসকলে কোৰাণ আৰু আল-তাকায়াৰ দৰে ধাৰণাবোৰ অধ্যয়ন কৰে যাক ইছলামিক চিন্তা প্ৰক্ৰিয়াৰ সৈতে চিনাক্ত কৰা হয়, যাতে “ইছলামৰ অৰ্থ হৈছে শান্তি” বা “প্ৰকৃত ইছলাম” বা “মধ্যপন্থী মুছলমান”ৰ পৌৰাণিক কাহিনীবোৰৰ প্ৰকৃত সত্য সকলোৱে জানে আৰু বুজি পায়। আমি ইছলামৰ সকলো দিশৰ ওপৰত মুকলি আৰু নিৰ্ভীক বিতৰ্ক আৰম্ভ কৰিব লাগিব, যাতে ইছলামী ভুক্তভোগী মানসিকতাক প্ৰত্যাহ্বান জনাব পাৰি আৰু অতি সোনকালে সম্ভৱ সময়সীমাত ইয়াক প্ৰশ্ন কৰিব পাৰি।