কোন হ’ব বিজেপি আৰু কংগ্ৰেছৰ পৰবৰ্তী সভাপতি?

957
নিৰ্বাচনী ফলাফল যিয়ে নহওক কিয় অসমৰ দুই মুখ্য দল বিজেপি আৰু কংগ্ৰেছত যে নতুন সভাপতি নিযুক্ত হ’ব সেয়া খাটাং। মহাজোঁটে চৰকাৰ কৰিলে ৰিপুণ বৰাই মুখ্যমন্ত্রী হোৱাৰ সপোন দেখিছে। আনফালে মিত্রজোঁটে চৰকাৰ বনালে তাৰ কেবিনেটত স্থান পাব ৰঞ্জিত দাসে। যিটো দল পৰাজিত হ’ব তাৰ সভাপতিয়ে দায়িত্ব স্বীকাৰ কৰি পদত্যাগ কৰাটো নিশ্চিত। সেয়েহে দুয়োটা দলে  নিৰ্বাচনী ফলাফলৰ ৩ মাহৰ ভিতৰত সভাপতি সলনি কৰিব। আমাক জনাওক কোন হ’ব নতুন সভাপতি? ৰাজনীতি অসমৰ অ’পিনিয়ন প’লত ভাগ ল’বলৈ তলত ক্লিক কৰক। অ’পিনিয়ন প’লত ভাগ লোৱাৰ শেষ তাৰিখ ২১ মে ২০২১।
CLICK HERE