কোন হ’ব মুখ্যমন্ত্রী? অ’পিনিয়ন প’ল জানুৱাৰী ২০২১

1416
২০২১ৰ পিছত কংগ্ৰেছে ধাৰাবাহিক ভাবে সকলো নিৰ্বাচনত পৰাজিত হৈ আহিছে। পঞ্চায়তৰ পৰা আৰম্ভ কৰি পৰিষদ গঠনৰ প্ৰতিটো নিৰ্বাচনত কংগ্ৰেছে মুকঠেকেছা খাইছে। শেহতীয়াকৈ অজন্তা নেওগ আৰু ৰাজদ্বীপ গোৱালাৰ গমনে দলটোক অধিক দুৰ্বল কৰিব। এতিয়া এনেকুৱ লাগিছে যেন ২০২১ৰ বিধানসভাৰ নিৰ্বাচন এক আনুষ্ঠানিকতা মাত্র। ২০২১ৰ মুখ্যমন্ত্রীত্বৰ বাবে দুজনেই প্ৰাৰ্থী সন্মুখত আছে আৰু দুয়োজনেই বিজেপিৰ। সৰ্বানন্দ সোণোৱাল আৰু হিমন্ত বিশ্ব শৰ্মাৰ ভিতৰত কোনজন নেতাক হাইকামাণ্ডে ২০২১ত মুখ্যমন্ত্রীৰ আসনত বহুৱাব? আমাৰ অ’পিনিয়ন প’লত ভাগ লবলৈ তলত ক্লিক কৰকঃ

Click Here