মোদীক প্ৰত্যহ্বান জনাব কোনে? অ’পিনিয়ন প’ল জুন ২০১৯

1880
ক্ৰমাগত দুটা সাধাৰণ নিৰ্বাচনত নিজৰ দলক একক সংখ্যাগৰিষ্ঠতাৰে জয়ী কৰোৱা নৰেন্দ্ৰ মোদী আজিৰ দিনত ভাৰতৰ সকলোতকৈ জনপ্ৰিয় ৰাজনেতা। জুন ২০১৯ সংখ্যাৰ ৰাজনীতি অসমৰ অ’পিনিয়ন পলত আপোনাৰ বাবে দুটা প্ৰশ্নঃ
১) ২০১৯ লোকসভা নিৰ্বাচনত মোদীৰ সাফল্যৰ প্ৰধান কাৰণ কি?
২) অনাগত দিনত কোনে মোদীক প্ৰত্যাহ্বান জনাবলৈ সক্ষম হ’ব?
আমাৰ অ’পিনিয়ন প’লত ভাগ লবলৈ তলত ক্লিক কৰক:
২০ জুনৰ ভিতৰত আমাৰ অ’পিনিয়ন প’লত ভাগ লওক আৰু লাভ কৰক আকৰ্ষনীয় পুৰস্কাৰ । ফলাফল প্ৰকাশ কৰা হ’ব জুলাই ২০১৯ খণ্ডত।