লোকসভা নিৰ্বাচনত চানী আৰু চানী

1700

(এই লেখনিৰ উদ্দেশ্য হাস্যৰস )

  •  কমেডি ডেক্স: ৰাজনীতি অসম (www.rajnitiaxom.com)

২০১৯ সাধাৰণ নিৰ্বাচনৰ ফলাফল ঘোষিত হ’ল। ভাৰতৰ ৰাইজে নৰেন্দ্ৰ মোদীক দ্বিতীয় বাৰৰ বাবে ভাৰতৰ প্ৰধানমন্ত্রী পদত বহুৱালে। এই নিৰ্বাচন প্ৰচাৰৰ সময়ৰ পৰা ফলাফল ওলোৱালৈকে সংঘটিত হৈছিল কিছুমান আমোদজনক ঘটনা। তাৰে কেইটামান ৰাজনীতি অসমৰ পাঠকৰ বাবেঃ
  • ২৩ মেৰ দিনা ভোট গননা চলি থকাৰ সময়তে অৰ্ণব গোস্বামীয়ে কৰিলে এটা মহাভুল। গুৰুদাসপুৰৰ পৰা বিজেপি প্ৰাৰ্থী চানী দেউলৰ কথা উল্লেখ কৰিবলৈ গৈ গোস্বামীৰ মুখৰ পৰা ওলাল চানী দেউলৰ ঠাইত চানী লিওনীৰ নাম। লগে লগে এজন মানুহে টুইট কৰিলে “sunny leone is trending in India on Election day. Arnab is truly gargantuan.’
  • ভোট গননা চলি থকা সময়ত দেখা গ’ল যে প্ৰথম দুঘন্টাতে বিজেপিয়ে বিৰোধী দলৰ তুলনাত যঠেষ্ট আগবাঢ়িল। এজনে টুইট কৰিয়ে দিলে ” Pleae stop counting votes now and save the opposition from further embarrassment”
  • এজনে আকৌ ক্ৰিকেটৰ প্ৰসংগটো টানি আনিলে। ” Now pressure on Virat Kohli to win the world cup. Ravi Shastri to be replaced by Amit Shah”
  • মমতা বেনাৰ্জীকলৈও এজনে টুইট কৰিলে “My worry is that Mamata may be planning to put half the population in west Bengal in Jail.”
  • কিছুমান ব্যক্তি আকৌ ভোট গননা কৰাৰ দিনা নিৰাশ হ’ল। টুইট আহিল “Looking forward to 5 more years of Nehru not  letting Modi to do any work “
  • কেন্দ্ৰীয় মন্ত্রী বাবুল সুপ্ৰিও ই বিৰোধীক উদ্দেশ্য কৰি এৰিলে এটা আমোদজনক টুইট “Opposition and Rahul Ganghi are alleging that Not only EVMs even TV remotes have been hacked- whichever button we press , it shows an NDA victory.”
  • আমেথিত নিজৰ বিজয়ৰ পিছত স্মৃতি ইৰানীৰ টুইট “কৌন কহতা হে আচমা মে চুৰাগ নেহি হো চকটা.”
  • বীৰেন্দ্ৰ সেহৱাগৰ ত্রিপল চেঞ্চুৰিলৈ এজনৰ মনত পৰিল আৰু মোদী আৰু সেহৱাগক তুলনা কৰিলে এনেদৰে ” Only indians who scored two times 300.”
  •  ই.ভি.এমক লৈও মন্তব্য কৰিলে এজন ব্যক্তিয়ে ” The biggest learning from this election is that South India ke EVMs sahi chal rahe hai , baaki East, West aur North India ke EVMs manipulated hai”
  • ৰাজনৈতিক পণ্ডিতসকলোলৈ এটা টুইট ” 2 minute silence for intellectuals ( Blind-haters) who refused to see @narendramodi Tsunami.”