হিমন্ত বিশ্ব চৰকাৰৰ পৰা কি বিচাৰে?

735
অসম বহুতো সমস্যাৰে ভাৰাক্ৰান্ত। নতুন মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই কাম কৰাৰ ধৰণেৰে কিছু নতুনত্ব আনিবলৈ চেষ্টা কৰিছে। এজন মুখ্যমন্ত্রীৰ বাবে ৫ বছৰত সকলো সমস্যা সমাধান কৰা সম্ভব নহয়। যদি আপোনাক সোধা হয় যে আগন্তুক ৫টা বছৰত ড° শৰ্মাই কোনটো সমস্যা সমাধান কৰিব লাগে, তেন্তে আপোনাৰ উত্তৰ কি হ’ব? আমাৰ অ’পিনিয়ন প’লত ভাগ লবলৈ তলত ক্লিক কৰক। অ’পিনিয়ন প’লত ভাগ লোৱাৰ শেষ দিন ২০ অক্টোবৰ ২০২১ ।
CLICK HERE