২০১৯ নিৰ্বাচনত অগপই কি কৰা উচিত? অ’পিনিয়ন প’ল জানুৱাৰী ২০১৯

8712

অগপ দল জিয়াই থকাটো আপুনি বিচাৰেনে ? অগপই ২০১৯ লোকসভা নিৰ্বাচনত কি কৰা উচিত ? অসমত অগপৰ সকলোতকৈ জনপ্ৰিয় নেতা কোন ?

ৰাজনীতি অসমৰ অ’পিনিয়ন প’লত ভাগ লওক আৰু লাভ কৰক আকৰ্ষণীয় পুৰস্কাৰ। অ’পিনিয়ন প’লত ভাগ লবলৈ তলত ক্লিক কৰক।

Click Here

অ’পিনিয়ন প’লত ভাগ লোৱাৰ অন্তিম দিন ২০ জানুৱাৰী ২০১৯. ফলাফল প্ৰকাশ পাব ১ ফেব্ৰুৱাৰী ২০১৯ খণ্ডত।

ডিচেম্বৰ মাহৰ অ’পিনিয়ন প’লত ভাগ লোৱা সকলৰ মাজৰ পৰা লটাৰী যোগে পুৰষ্কাৰৰ বাবে নিৰ্বাচিত হৈছেঃ

মানস মৰাল ..তেখেতক ৰাজনীতি অসমৰ ফালৰ পৰা অভিনন্দন!!