Breaking News: মুখ্যমন্ত্ৰীয়ে পুঠি মাছৰ জোল খাব
দ্বিজেন বৰঠাকুৰ
ৰাজনীতি অসম’ (WWW.RAJNITIAXOM.COM) : তিনি বছৰ: ২ লাখ ১২ হাজাৰ পঢ়ুৱৈ
মন্ত্ৰী বিধায়ক সকল জনতাৰ প্ৰতিনিধি, এটা এটা বিধান সভা সমষ্টি বা বহু কেইটা বিধান সভা সমষ্টিৰ সমষ্টিৰে গঠিত লোক সভা...
জন্মু-কাশ্মীৰত হিন্দু মুখ্যমন্ত্রী?
'ৰাজনীতি অসম' অসমৰ প্ৰথম ৰাজনৈতিক ই-আলোচনীৰ প্ৰতিবেদন
ৰাজনীতি অসম’ (WWW.RAJNITIAXOM.COM) : তিনি বছৰ: ২ লাখ ১২ হাজাৰ পঢ়ুৱৈ
৩৭০ ধাৰা বিলোপ কৰাৰ পিছত এতিয়ালৈকে জন্মু-কাশ্মীৰত নিৰ্বাচন অনুষ্ঠিত হোৱা নাই। লাডাখক কেন্দ্ৰীয় শাসিত ৰাজ্য ঘোষণা কৰাৰ পিছত জন্মু-কাশ্মীৰৰ বিধানসভাৰ মুঠ...
দিল্লীত জিলিকিছে উত্তৰ পূৰ্বাঞ্চলৰ কিৰেন ৰিজিজু
'ৰাজনীতি অসম' অসমৰ প্ৰথম ৰাজনৈতিক ই-আলোচনীৰ প্ৰতিবেদন
ৰাজনীতি অসম’ (WWW.RAJNITIAXOM.COM) : তিনি বছৰ: ২ লাখ ১২ হাজাৰ পঢ়ুৱৈ
মোদী মন্ত্রীসভাত উত্তৰ পূৰ্বাঞ্চলৰ পৰা ৫ জনে স্থান লাভ কৰিছে। তেওঁলোক হ'ল সৰ্বানন্দ সোনোৱাল, কিৰেন ৰিজিজু, ৰামেশ্বৰ তেলী, প্ৰতিমা ভৌমিক আৰু...
বেচৰকাৰী খণ্ডত কাম কৰা মানুহক কামৰ মৰ্য্যদা নিদিয়ে
তাৰক দাস
ৰাজনীতি অসম’ (WWW.RAJNITIAXOM.COM) : তিনি বছৰ: ২ লাখ ১২ হাজাৰ পঢ়ুৱৈ
মানুহে কি কৰি খাব বা চলিব সেইয়া একো একোজন মানুহৰ ব্যক্তিগত পচন্দ আৰু সুবিধাৰ ওপৰত নিৰ্ভৰ কৰে ! কোনোবাই চাকৰি কৰিব...
ধৰ্মান্তকৰণ: হিন্দু সমাজৰ একাংশই এনে সিদ্ধান্ত লৈছে কিয়?
বিশ্বজিত নাথ
ৰাজনীতি অসম’ (WWW.RAJNITIAXOM.COM) : তিনি বছৰ: ২ লাখ ১২ হাজাৰ পঢ়ুৱৈ
ধৰ্মান্তকৰণ ৷ এই বিষয়টোক লৈ কোন কাহানিবাৰ পৰাই বিতৰ্কৰ শেষ হোৱা নাই ৷ মূলত: এই অসম মূলুকত এই বিষয়টোৱেই সম্ভৱত অতিজৰে...
স্বৰ্গধামত গগৈ, নেহেৰু, গান্ধী
(এই লেখনিৰ উদ্দেশ্য হাস্যৰস )
কমেডি ডেক্স: ৰাজনীতি অসম
ৰাজনীতি অসম’ (WWW.RAJNITIAXOM.COM) : তিনি বছৰ: ২ লাখ ১২ হাজাৰ পঢ়ুৱৈ
ৰাতি দুটামান বাজিছে। হঠাৎ কোনোবাই বিচনাৰ পৰা চুলিত টানি উঠাই দিলে। ক্ষীণ চেহেৰাৰ মানুহজনক মই প্ৰথমতে চোৰ...
কংগ্ৰেছত যোগদানঃ কিয় থমকিল প্ৰশান্ত কিশোৰ?
'ৰাজনীতি অসম' অসমৰ প্ৰথম ৰাজনৈতিক ই-আলোচনীৰ প্ৰতিবেদন
ৰাজনীতি অসম’ (WWW.RAJNITIAXOM.COM) : তিনি বছৰ: ২ লাখ ১২ হাজাৰ পঢ়ুৱৈ
কংগ্ৰেছত যোগদান কৰাৰ বাবে সম্পূৰ্ণ সাজু হৈছিল ভাৰতীয় ৰাজনীতিৰ চিনাকি নাম প্ৰশান্ত কিশোৰ। প্ৰায় ২ বছৰ কাল কংগ্ৰেছৰ শীৰ্ষ নেতা বিশেষকৈ...
আন্দোলন সমৰ্থন কিয় নকৰো
জুলা শৰ্মা (নতুন দিল্লী)
ৰাজনীতি অসম’ (WWW.RAJNITIAXOM.COM) : তিনি বছৰ: ২ লাখ ১২ হাজাৰ পঢ়ুৱৈ
কেইজন মান সন্মানীয় ব্যক্তিলৈ মোৰ উত্তৰ
আন্দোলনৰ পক্ষপাতী মই একেবাৰে নহও । পঞ্চম শ্ৰেণীত পঢ়াৰ পৰাই আন্দোলন কৰিলো ।...
গৰুখুটিৰ উচ্ছেদ অভিযান আৰু ভুমি কেলেংকাৰী বাতৰিৰ সংযোগ
পাৰ্থ প্ৰতীম লহকৰ
ৰাজনীতি অসম’ (WWW.RAJNITIAXOM.COM) : তিনি বছৰ: ২ লাখ ১২ হাজাৰ পঢ়ুৱৈ
গৰুখুঁটি শব্দটোৱেই খিলঞ্জীয়া মানে নিভাজ অসমীয়া শব্দ। গৰুৰ খুঁটি মৰা ঠাইৰ নামেই কালক্ৰমত গৰুখুঁটি হৈছিলগৈ। খুঁটি শব্দৰ অৰ্থঃৰাতি ম'হৰ জাক ৰখা...
২০২১ বৰ্ষৰ শীৰ্ষ ১০টা ৰাজনৈতিক পৰিঘটনা
'ৰাজনীতি অসম' অসমৰ প্ৰথম ৰাজনৈতিক ই-আলোচনীৰ প্ৰতিবেদন
ৰাজনীতি অসম’ (WWW.RAJNITIAXOM.COM) : তিনি বছৰ: ২ লাখ ১২ হাজাৰ পঢ়ুৱৈ
২০২১ৰ আৰম্ভনি হয় কৰোণাৰ ডেল্টা ভেৰিয়েন্টৰ ত্রাসেৰে আৰু শেষ হয় অমিক্ৰনৰ খবৰেৰে। ইয়াৰ মাজতে ভাৰত তথা অসমৰ ৰাজনীতিত বহুতো গুৰুত্বপূৰ্ণ পৰিঘটনা...