Friday, March 29, 2024

২০১৯ ত মোডী নে ৰাহুল? অ’পিনিয়ন প’ল জুন ২০১৮

২০১৯ ত মোডী নে ৰাহুল? ৰাজনীতি অসমৰ অ'পিনিয়ন প'লত ভাগ লওক আৰু লাভ কৰক আকৰ্ষণীয় পুৰস্কাৰ। অ'পিনিয়ন প'লত ভাগ লবলৈ তলত ক্লিক কৰক। Click Here অ'পিনিয়ন প'লত ভাগ লোৱাৰ অন্তিম দিন ২০জুন ২০১৮. ফলাফল প্ৰকাশ পাব ১ জুলাইৰ খণ্ডত। 'ৰাজনীতি অসম' ই-আলোচনী খন সম্পূৰ্ণকৈ পঢ়াৰ বাবে ইয়াত ক্লিক কৰক www.rajnitiaxom.com  

নাগৰিকত্ব সংশোধনী বিধেয়ক আৰু অসম

নাজিয়া আফ্ৰীন ভাৰতীয় সংবিধানৰ ৫ - ১১ নং অনুচ্ছেদত  নাগৰিকত্ব বিষয় সন্নিৱিষ্ট কৰা হৈছে। সংবিধানে ভাৰতীয় সংসদক নাগৰিকত্ব সম্পৰ্কে আইন গ্ৰহণ কৰাৰো ক্ষমতা দিছে। সেই...

সোনোৱাল নে গগৈ ? ৰাইজৰ মতামত

গণতন্ত্ৰত ৰাইজেই ৰজা হৈ থকাটো আবশ্যক। সেই কথা মনত ৰাখি আমি সমাজক প্ৰভাবিত কৰিব পৰা বিভিন্ন বিষয়ৰ ওপৰত ৰাইজৰ মতামত গ্ৰহণ কৰাৰ চেষ্টা চলাইছিলো।...

এ.পি.এছ.চিত সফল, মূল্যবৃদ্ধি ৰোধত বিফল সৰ্বা চৰকাৰ

দেবজিত দত্ত 'ৰাজনীতি অসম'ৰ যোৱা খণ্ডত প্ৰকাশ পোৱা অ'পিনিয়ন প'ললৈ ৰাইজে ব্যাপক সহাৰি জনাইছে। ধুবুৰী, বৰপেটা, নলবাৰী, কামৰুপ, লখিমপুৰ, কৰিমগজ্ঞ আদিকে কৰি অসমৰ প্ৰায় প্ৰত্যেকখন জিলাৰ...

বিজেপিয়ে ভয় আৰু ভাবুকিৰ ৰাজনীতি কৰে : দেবব্ৰত শইকীয়া

সাক্ষাৎকাৰ  দেবব্ৰত শইকীয়াৰ সৈতে সাক্ষাৎকাৰ গ্ৰহণ কৰে  পাৰ্থ প্ৰতিম  লহকৰ আৰু সুৰেশ কলিতাই 'ৰাজনীতি অসম' ই-আলোচনী খনৰ ওৱেবচাইট আই.ডি:  www.rajnitiaxom.com ৰাজনীতি অসম: বৰ্তমান সময়ত অসমত কংগ্ৰেছ দলৰ স্থিতি কি ? দেবব্ৰত শইকীয়া: যোৱা তিনিটা টাৰ্মত...

আজমল মুখ্যমন্ত্রী, গৃহমন্ত্রী হাগ্ৰামা ?

তাৰক দাস ৰাজনীতিত অসম্ভব বুলি কোনো কথা নাই। সেই কথা আকৌ এবাৰ প্ৰমাণ হ'ল যেতিয়া কংগ্ৰেছে অসমত অনা বিজেপি দলবিলাকক লৈ চৰকাৰ গঠনৰ প্ৰস্তাব দিলে। অগপ...

ভাৰতৰ পৰৱৰ্তী বিত্ত মন্ত্ৰী অসমৰ পৰা !

পাৰ্থ প্ৰতিম লহকৰ অসম মন্ত্ৰীসভাৰ সম্প্ৰসাৰণ হ'ল । নতুন মন্ত্ৰী আহিল আৰু পুৰণি বহু মন্ত্ৰীৰ দপ্তৰ সলনি হ'ল । বিধায়কবিলাকৰ এচামে  যেনেকৈ আনন্দত   থাকিব...

অসমীয়া  ভাষা  আৰু জাতিৰ স্বাৰ্থত  কটনিয়ানৰ অভিনৱ প্ৰতিবাদ আৰু কবি নীলমণিৰ উচুপনি

প্ৰফুল্ল কলিতা ।। এক ।। সুধাকণ্ঠ ভূপেন হাজৰিকাৰ অসংখ্য অমৰ সৃষ্টিৰ ভিতৰৰে অসম আন্দোলনৰ ভয়াবহতা আৰু সকৰুণ চিত্ৰ দাঙি ধৰা এটি গীত হৈছে – ‘জুয়ে পোৰা...

গৌৰবে পাৰিবনে কলিয়াবৰত?

লোকসভা ২০১৯ : বিজেপি ১০ , কংগ্ৰেছ ২, এ.অাই.ইউ.ডি.এফ ২ - দ্বিতীয় খণ্ড পাৰ্থ সাৰথি দত্ত যোৱা খণ্ডত আমি ২০১৯ চনৰ লোকসভা নিৰ্বাচনত অসমৰ পৰা কোনটো দলে কেইখন আসন পোৱাৰ...

মই মোডীৰ সভালৈ নেযাওঁ ……

মই এজন মধ্যবিত্ত অসমবাসী । মোৰ নাম .....। নালাগে দিয়ক জানিবলৈ । কাৰণ মানুহে নামত বহুত কিবা কিবি বিচাৰি পায় । মই কাৰো আদৰ্শ...