Carefully Careless হৈ অভিনয় কৰি থকাৰ কোনো যুক্তি নাই
ড ০ সুশান্ত কুমাৰ কাশ্যপ
ৰাজনীতি অসম’ (WWW.RAJNITIAXOM.COM) : তিনি বছৰ: ২ লাখ ১২ হাজাৰ পঢ়ুৱৈ
জীৱনত নিজৰ ইচ্ছা বোৰ পুৰ কৰিবলৈ শৈশৱৰে পৰাই চেষ্টা কৰিছোঁ । কৈশোৰ, শৈশৱত পঢ়া শুনা কৰি ভাল পোৱা...
ডাক্তৰৰ বিৰুদ্ধে বাবা ৰামদেৱৰ মন্তব্য দুৰ্ভাগ্যজনক
নৰেন কলিতা
ৰাজনীতি অসম’ (WWW.RAJNITIAXOM.COM) : তিনি বছৰ: ২ লাখ ১২ হাজাৰ পঢ়ুৱৈ
যোগক বিশ্ব দৰবাৰ প্ৰতিস্থা কৰা ব্যক্তিজনেই হ'ল বাবা ৰামদেৱ। যোগাসনৰ বিভিন্ন ব্যায়ামে মানুহক সুস্থ ৰাখে বুলি গোটেই বিশ্বই স্বীকাৰ কৰিছে।...
অখিল গগৈৰ প্ৰশ্নৰ সন্মুখীন হ’বলৈ ভয় কৰিছে নেকি ?
ডা:কৃষ্ণা বৈশ্য
ৰাজনীতি অসম’ (WWW.RAJNITIAXOM.COM) : তিনি বছৰ: ২ লাখ ১২ হাজাৰ পঢ়ুৱৈ
ক'ভিডৰ অতিমাৰীয়ে আনি দিয়া পৰিস্থিতিত পৰি ল'ৰা দুটাই স্কুল , খেল ধেমালি , বন্ধু বান্ধৱীৰ পৰা আঁতৰি ঘৰৰ ভিতৰত সোমাই...
কোনজন মন্ত্রীৰ পৰা প্ৰত্যাশা সৰ্বাধিক?
হিমন্ত বিশ্ব শৰ্মা মন্ত্রীসভাৰ ১৩জন মন্ত্রীয়ে শপত গ্ৰহণ কৰি নিজৰ বিভাগৰ কাম আৰম্ভ কৰিছে। আমাক জনাওক এই মন্ত্রীসকলৰ ভিতৰত কোনজনে অনাগত দিনত অসমক আগুৱাই...
জনতাই জৱাব বিচাৰিব একমাত্ৰ হিমন্ত বিশ্ব শৰ্মাৰ পৰা
ৰিতু তালুকদাৰ
ৰাজনীতি অসম’ (WWW.RAJNITIAXOM.COM) : তিনি বছৰ: ২ লাখ ১২ হাজাৰ পঢ়ুৱৈ
শিক্ষা আৰু স্বাস্থ্য এই দুটাৰ বিভাগৰ কাম কাজৰ ওপৰত নিৰ্ভৰ কৰে এটা অঞ্চল বা এখন ৰাজ্যৰ ভৱিষ্যত । বিগত প্ৰায় এটা...
নতুন সভাপতিঃ ৰাইজৰ ভোট তাছা আৰু গৌৰৱৰ পক্ষত
'ৰাজনীতি অসম' অসমৰ প্ৰথম ৰাজনৈতিক ই-আলোচনীৰ প্ৰতিবেদন
ৰাজনীতি অসম’ (WWW.RAJNITIAXOM.COM) : তিনি বছৰ: ২ লাখ ১২ হাজাৰ পঢ়ুৱৈ
বিজেপি আৰু কংগ্ৰেছ দুয়োটা দলেই নতুন সভাপতি নিৰ্বাচন প্ৰক্ৰিয়া আৰম্ভ কৰি দিছে। বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাস কেবিনেটত অন্তৰ্ভুক্ত হোৱাৰ পিছত...
বিত্ত মন্ত্রীৰ পৰা ৰাষ্ট্ৰবাদীৰ প্ৰত্যাশা
তাৰক দাস
ৰাজনীতি অসম’ (WWW.RAJNITIAXOM.COM) : তিনি বছৰ: ২ লাখ ১২ হাজাৰ পঢ়ুৱৈ
অজন্তা নেওগক বিত্ত বিভাগ অৰ্পন কৰা হ'ল। এই সিদ্ধান্তক লৈ বহু লোক আচৰিত হৈছে। ২০২১ নিৰ্বাচনৰ ঠিক আগে আগে যোগদান কৰা...
মন্ত্ৰী পুত্ৰৰ অসমীয়া জ্ঞান
ৰাজেন কলিতা
ৰাজনীতি অসম’ (WWW.RAJNITIAXOM.COM) : তিনি বছৰ: ২ লাখ ১২ হাজাৰ পঢ়ুৱৈ
গৌৰৱ গগৈয়ে সাংসদ হৈ সংসদত হিন্দীত শপত গ্ৰহণ কৰাৰ পৰা আৰম্ভ কৰি মতা মাছ মাইকী মাছলৈ বিভিন্ন ঘটনাৰ মাজেৰে দ্বিতীয় বাৰলৈ...
২০২১ নিৰ্বাচনত কংগ্ৰেছৰ ধনাত্মক দিশ
'ৰাজনীতি অসম' অসমৰ প্ৰথম ৰাজনৈতিক ই-আলোচনীৰ প্ৰতিবেদন
ৰাজনীতি অসম’ (WWW.RAJNITIAXOM.COM) : তিনি বছৰ: ২ লাখ ১২ হাজাৰ পঢ়ুৱৈ
কেইদিনমান আগতে কংগ্ৰেছ বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে সংবাদ মাধ্যমৰ আগত বক্তব্য ৰাখি কৈছিল যে তেওঁক হেনো দলৰ সভাপতি পাতিব লাগে। দলৰ সভাপতি...
লণ্ডনত কৰোনাৰ তৃতীয় ঢৌৰ আগজাননী
পাৰ্থ সাৰথি দত্ত
ৰাজনীতি অসম’ (WWW.RAJNITIAXOM.COM) : তিনি বছৰ: ২ লাখ ১২ হাজাৰ পঢ়ুৱৈ
জানুৱাৰী মাহত সংযুক্ত যুক্তৰাষ্ট্ৰত কৰোনাৰ দ্বিতীয় ঢৌ চৰমত আছিল। সেই সময়ত দৈনিক কৰোণা আক্ৰান্তৰ সংখ্যা আছিল প্ৰায় ৭০ হাজাৰ। তেতিয়া ভাৰতে...