Saturday, April 20, 2024

সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য্য __উৎকৃষ্ট বিকল্প ৰাজ্যসভা নে পুনৰ আছু ?

পাৰ্থ প্ৰতীম লহকৰ অসমৰ প্ৰথম ৰাজনৈতিক মাহেকীয়া ই-আলোচনী ৰাজনীতি অসম (www.rajnitiaxom.com) আছু বুলি ক'লেই   আজিৰ প্ৰজন্মৰ মনলৈ এখন ছবি ভাহি আহে সেইখন হ'ল আছুৰ উপদেষ্টা সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য্যৰ। ১৪ বছৰ...

উইং কামাণ্ডাৰ অভিনন্দন কেনেকৈ পাকিস্তান পালে?

'ৰাজনীতি অসম' (www.rajnitiaxom.com), অসমৰ প্ৰথম ৰাজনৈতিক ই-আলোচনীৰ প্ৰতিবেদন ২৬ ফেব্ৰুৱাৰীত  ভাৰতে পাকিস্তানৰ ভিতৰত প্ৰবেশ কৰি ৩০০ সন্ত্রাসবাদী নিহত কৰাৰ পিছদিনাই অৰ্থাৎ ২৭ ফেব্ৰুৱাৰীত পাকিস্তানে F 16 যুঁজাৰু বিমানেৰে ভাৰতৰ সেনাৰ চাউনিত...

বিপিএফ , অগপ পুনৰবাৰ লোকসভাত সাংসদ শূন্য হব ?

'ৰাজনীতি অসম' (www.rajnitiaxom.com), অসমৰ প্ৰথম ৰাজনৈতিক ই-আলোচনীৰ প্ৰতিবেদন ২০১৯ ৰ নিৰ্বাচনৰ ফলাফলে যিদৰে দেশৰ ৰাজনৈতিক পৰিবেশ সলনি কৰিব , সেই একেদৰে আগন্তুক অসম বিধান সভা নিৰ্বাচনৰ ফলাফলৰো এটা চমু আভাস দি...

CAB ৰ সমৰ্থনত ৪৫.২% অসমবাসী

'ৰাজনীতি অসম' (www.rajnitiaxom.com), অসমৰ প্ৰথম ৰাজনৈতিক ই-আলোচনীৰ প্ৰতিবেদন নাগৰিকত্ব সংশোধনী বিধেয়ক চমুকৈ CAB এ ৰাজ্যখন প্ৰায় দুটামাহ উত্তাল কৰি ৰাখিলে। বাতৰি কাকত খুলিলেই বিলখনৰ আগত জাতিধ্বংসী উপমাটো প্ৰায়ে লেখা থাকে। এফালে...

সমসাময়িক নিৰ্বাচন আৰু ছাত্র ৰাজনীতিৰ ভাৱমূৰ্তি

ৰাইজৰ চিঠি: হৃষিকেশ  শৰ্মা অসমৰ প্ৰথম ৰাজনৈতিক মাহেকীয়া ই-আলোচনী ৰাজনীতি অসম (www.rajnitiaxom.com) বৰ্তমান ভাৰতৰ্বষৰ দৰে স্বাধীন বৃহৎ গণতান্ত্ৰিক দেশত নিৰ্বাচন ব‍্যৱস্থাৰ প্ৰাসংগিকতা অতি লক্ষনীয়। ঠিক সেইদৰে অসমৰ ৰাজ্য...

ৰাজনৈতিক চাকনৈয়াত সুৰা সন্ত্ৰাস

ৰাজনৈতিক চাকনৈয়াত  সুৰা সন্ত্ৰাস : গুজৰাট,  বিহাৰৰ নিদৰ্শন   অসমে গ্ৰহণ কৰিব  নোৱাৰাৰ কাৰণ কি ? প্ৰফুল্ল   কলিতা অসমৰ প্ৰথম ৰাজনৈতিক মাহেকীয়া ই-আলোচনী ৰাজনীতি অসম (www.rajnitiaxom.com) (এক) ১৩ চনতে...

বেক ফুটত হিমন্ত বিশ্ব শৰ্মা..

'ৰাজনীতি অসম' (www.rajnitiaxom.com), অসমৰ প্ৰথম ৰাজনৈতিক ই-আলোচনীৰ প্ৰতিবেদন নাগৰিকত্ব বিধেয়ক খনৰ  সমৰ্থনত ঢৌ সৃষ্টি কৰিবলৈ গৈ ৰাজ্যৰ তথা উত্তৰপুবৰ আটাইতকৈ জনপ্ৰিয় নেতা জন সামগ্ৰিক ভাবে বিফল হ'ল । ৰাজ্য চৰকাৰৰ মন্ত্ৰী...

আঠ লাখ ভোটত জিকিম ২০১৯ ত….

অসমৰ প্ৰথম মাহেকীয়া ৰাজনৈতিক ই-আলোচনী 'ৰাজনীতি অসম'ৰ সৈতে আছুতীয়া সাক্ষাৎকাৰত কোকৰাঝাৰ লোকসভা সমষ্টিৰ সাংসদ নব কুমাৰ শৰণীয়া সাক্ষাৎকাৰ গ্ৰহণ কৰে  কিশোৰ চক্ৰৱৰ্তী / পাৰ্থ প্ৰতীম লহকৰ ‘ৰাজনীতি অসম’ ই-আলোচনী খনৰ ওৱেবচাইট আই.ডি:  www.rajnitiaxom.com ৰাজনীতি অসম : ৰাজনীতিৰ পথাৰখনত প্ৰবেশ কৰি...

বৰ্তমান এলাগী হোৱা নেতাবোৰ

বুবুল ঠাকুৰীয়া অসমৰ প্ৰথম ৰাজনৈতিক মাহেকীয়া ই-আলোচনী ৰাজনীতি অসম (www.rajnitiaxom.com) এনে কিছুমান ৰাজনৈতিক নেতা আছে যাৰ কান্ধত উঠিয়েই সেই দলবোৰে নিৰ্বাচনী বৈতৰণী পাৰ হৈছিল!এতিয়া সেই দলবোৰত তেওঁলোক...

মই শিক্ষক…

ৰাইজৰ চিঠি: উৎপল অসমৰ প্ৰথম ৰাজনৈতিক মাহেকীয়া ই-আলোচনী ৰাজনীতি অসম (www.rajnitiaxom.com)  'একতাই পৰম বল'- এই বাক্যশাৰীৰ বুজনি দিয়া আমিবোৰে আজি নিজে ইয়াৰ পৰা বহুত দূৰত৷নিজৰ প্ৰাপ্য বিচাৰি নিজে হাঁহিয়াতৰ...