Wednesday, April 24, 2024

আদৱানীৰ যুগত বাজপেয়ী কেনেকৈ প্ৰধান মন্ত্রী হৈছিল !

পাৰ্থ সাৰথি দত্ত ‘ৰাজনীতি অসম’ ই-আলোচনী খনৰ ওৱেবচাইট আই.ডি:  www.rajnitiaxom.com ১৯৯৬ চনত ভাৰতৰ প্ৰধানমন্ত্রীৰ পদত শপত লৈছিল বহু মানুহে নাম নুশুনা দেৱেগৌড়াই। এজন সাংবাদিকে এই বিষয়ে প্ৰশ্ন কৰাত দেৱেগৌড়াই  নিজৰ কপালখন দেখাই দি কৈছিল...

ধৰ্মস্থলত অস্পৃশ্যতা আৰু ধৰ্মান্তৰকৰণ

ৰাজীব দাস ‘ৰাজনীতি অসম’ ই-আলোচনী খনৰ ওৱেবচাইট আই.ডি:  www.rajnitiaxom.com মাজুলিৰ একাংশ মিচিং মানুহ সংগঠিত হৈ খ্ৰীষ্টান হ'ল ; বাতৰি কাকতত স্পষ্টিকৰণ প্ৰকাশ কৰিলে ধৰ্মান্তৰিতসকলে । বেমাৰৰ চিকিৎসা আৰু জাত- পাতৰ ভিত্তিত...

২০২১ত কোনে পাব কিমান আসন? অ’পিনিয়ন প’ল

২০২১ বিধানসভা নিৰ্বাচনলৈ মাজত প্ৰায় ১৬ মাহ। এনে সময়ত ৰাজনীতি অসমে অসমৰ ৰাইজৰ বাবে আগবঢ়াইছে এটা অ'পিনিয়ন প'ল। ২০২১ চনত বিজেপি, কংগ্ৰেছ আৰু এ.আই.ইউ.দি.এফে...

কংগ্ৰেছৰ অংকত জনিয়াত  ৰফিকুল ইছলাম জয়ী …..

  মাত্ৰ কেইমাহমান আগত হৈ যোৱা লোকসভা নিৰ্বাচনত জনিয়াৰ বিধায়ক আব্দুল খালেক দিল্লী পালে । খোদ জনিয়া বিধান সভা সমষ্টিৰ পৰা প্ৰায় চল্লিশ হাজৰৰ অগ্ৰগতি পাইছিল খালেকে । লোকসভা নিৰ্বাচনত আজমল বাহিনীৰ চৰম পৰাজয় অসমৰ ভোটাৰে প্ৰত্যক্ষ কৰিলে । জনিয়াৰ লগতে আন তিনিটা সমষ্টিৰ নিৰ্বাচনৰ উদ্ভৱো আছিল একেটা কাৰণেই বিধায়কজন দিছপুৰ এৰি দিল্লী পালে । ৰঙাপৰা , সোনাৰী , ৰাতাবাৰীৰ নিৰ্বাচনত বিজেপি প্ৰত্যাশিত ভাবেই জয়ী হ'ল । কিন্তু অঘটন ঘটিল জনিয়াত । আব্দুল খালেকে সংসদত সৰৱ ভুমিকা লৈছে , ইয়াৰ আগত ৰহিংইয়াৰ কাৰণে বিধানসভা চৌহদত অনশনত বহিছিল , মুঠৰ ওপৰত সমষ্টিবাসীয়ে অন্তত: বিগত কেইমাহত নিজৰ সাংসদজনক লৈ গৌৰৱ কৰিব পাৰে । তেনেস্থলত কংগ্ৰেছৰ জয় সহজ বুলি সকলোৱে ধাৰণা কৰিছিল । প্ৰায় একদজন নেতাই টিকট বিচাৰিলে আৰু টিকট পালে চামচুল হকে । প্ৰাৰ্থিত্ব কেন্দ্ৰীক বিবাদৰ ফলত জনিয়াৰ বৰ্ষিয়াণ কংগ্ৰেছী শিক্ষাবিদ মোজ্জামিল হুছেইনে কলগছীয়াত সংবাদ মেল পাতি ৰাজনীতি ত্যাগ কৰিলে । এইবাৰ জনিয়াৰ নিৰ্বাচনত প্ৰায় প্ৰতিটো দলেই আচৰিত সিদ্ধান্ত ল'লে । তৌফিকুৰ ৰহামনৰ প্ৰাৰ্থিত্বও আছিল আচহুৱা । দহ হেজাৰ হিন্দু ভোট আৰু প্ৰায় ৪-৫ হাজাৰ গড়িয়া ভোটক লক্ষ্য কৰি বিজেপিৰ জয় প্ৰায় অসম্ভৱ আছিল । এআইইউডিএফ জয়ৰ অংকটো আছিল অতি সৰল । লোকসভাত একাংশ সংবাদ মাধ্যমে বাতৰি পৰিবেশন কৰিছিল __ বৰপেটাত কংগ্ৰেছে ঠগিলে এআইইউডিএফ ক । আচলতে কংগ্ৰেছে প্ৰবঞ্চনা কৰা নাছিল । তেতিয়া ঠগ যদি খাইছিল এতিয়াৰ বিধায়ক ৰফিকুল ইছলামে । কাৰণ বদৰুদ্দিন আজমলৰ ভাতৃৰ কাৰণে পিছৰ নিৰ্বাচনত সমুহ বৰপেটাৰ পৰা খেলিবলৈ প্ৰয়োজন আছিল এজন এআইইউডিএফ ৰ বাহিৰৰ ব্যক্তি । সেয়ে কংগ্ৰেছৰ সৱল প্ৰাৰ্থী খালেকৰ দ্বাৰা বৰপেটা দখল আছিল আজমল পৰিয়ালৰ কাৰণে মংগলজনক খৱৰ । এইবাৰ লোকসভা নিৰ্বাচনৰ প্ৰতিদান হিচাপে কংগ্ৰেছৰ দুৰ্বল প্ৰাৰ্থীয়ে এআইইউডিএফ ৰ প্ৰাৰ্থীজনৰ জয় সুনিশ্চিত কৰাত সহায় কৰে । ইয়াৰ লগে লগে চলি তৰুণ গগৈয়ে চলায় থাকিল এনআৰচি বিৰোধী মন্তব্য আৰু আব্দুল খালেকৰ দাড়ি- টুপিৰ সম্বন্ধীয় মুছলমান বিদ্বেষী মন্তব্য ।কংগ্ৰেছে আজমলক প্ৰতিদান দিলে আৰু পৰৱৰ্তী সময়ৰ বাবে এজন অকংগ্ৰেছী বিধায়কে আব্দুল খালেকৰ দিছপুৰ ৰাজনীতি প্ৰাসংগিক কৰি ৰাখিলে । লোকসভা নিৰ্বাচনত লেতেৰা ৰাজনীতিৰ স্বীকাৰ হৈছিল ৰফিকুল ইছলাম আৰু এইবাৰ উপনিৰ্বাচনত একেই ৰাজনীতিৰ...

স্বামী বিবেকানন্দক মৌলবাদী বনোৱাহে আচল টাৰ্গেট

হৰকুমাৰ ঠাকুৰীয়া ‘ৰাজনীতি অসম’ ই-আলোচনী খনৰ ওৱেবচাইট আই.ডি:  www.rajnitiaxom.com ২০০৩ চনত সংসদৰ চেন্ট্ৰেল হ'ল পোন প্ৰথমবাৰৰ বিনায়ক দামোদৰ সাৱৰকৰৰ ফটো ৰখা হয় । উক্ত অনুষ্ঠানটোত বিভিন্নজন সাংসদৰ উপৰিও  তেতিয়াৰ প্ৰধানমন্ত্ৰী অটল...

দেশক ভাল নোপোৱা কিছুমান মানুহ

জিতেন কলিতা ‘ৰাজনীতি অসম’ ই-আলোচনী খনৰ ওৱেবচাইট আই.ডি:  www.rajnitiaxom.com চিনেমা হ'লত গলে আমি ৰাষ্ট্ৰীয় গাণত ঠিয় দিও, ক্ৰিকেটত ভাৰত জিকিলে ফটকা ফুটাই আনন্দ কৰো, পাকিস্তানৰ ওপৰত চাৰ্জিকেল ষ্ট্ৰাইক কৰিলে ফেচবুকত আনন্দ...

মনোজ বৰুৱা আহি আছে

'ৰাজনীতি অসম' (www.rajnitiaxom.com), অসমৰ প্ৰথম ৰাজনৈতিক ই-আলোচনীৰ প্ৰতিবেদন বিধানসভা সমষ্টি হিচাপে ভবানীপুৰৰ এক সুকীয়া গুৰুত্ব আছে। অসম আন্দোলনৰ প্ৰথম শ্বহীদ খৰ্গেশ্বৰ তালুকদাৰৰ জন্ম ইয়াতেই। ১৯৬২ চনত গঠিত হোৱা এই সমষ্টিত প্ৰথম...

ৰিপুন আউট , প্ৰদ্যুত ৰিটায়াৰ্ড হাৰ্ট ….২০২৬ ত সগৌৰৱে গৌৰৱ

'ৰাজনীতি অসম' (www.rajnitiaxom.com), অসমৰ প্ৰথম ৰাজনৈতিক ই-আলোচনীৰ প্ৰতিবেদন অসমৰ চাৰিটা সমষ্টিৰ উপ নিৰ্বাচনৰ ফলাফল প্ৰায় নিশ্চিত আছিল । জনিয়াত প্ৰাৰ্থী ঘোষণাৰ আগমুহুৰ্তলৈ কংগ্ৰেছৰ বিজয় নিশ্চিত আছিল কিন্তু  উপনিৰ্বাচনত কংগ্ৰেছ শুন্য হ 'ল । বিধানসভাত বিধায়কৰ সংখ্যা আৰু এজন কমিল । দায়িত্বৰ কঁঠাল ভঙা হ'ব ৰিপুন বৰাৰ মুৰত । ৰিপুন বৰাৰ পিছত জেষ্ঠ্য কংগ্ৰেছী এজনক নতুন সভাপতি পতা হ'ব । কিন্তু...

পৰিবৰ্তন, শুনিবলৈ ভাল,হৈছে….!!

বুবুল ঠাকুৰীয়া ‘ৰাজনীতি অসম’ ই-আলোচনী খনৰ ওৱেবচাইট আই.ডি:  www.rajnitiaxom.com সমগ্ৰ অসম বাসীৰ বহু আশা আকাংক্ষাৰ ফল স্বৰূপে ক্ষমতালৈ আহিছিল বৰ্তমানৰ সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন বি জে পি চৰকাৰ খন। কংগ্ৰেছৰ দুৰ্নীতিৰ...

নতুন সমষ্টি বিচাৰি হাবাথুৰি খাইছে আংগুৰলতাই

'ৰাজনীতি অসম' (www.rajnitiaxom.com), অসমৰ প্ৰথম ৰাজনৈতিক ই-আলোচনীৰ প্ৰতিবেদন ২০১৬ বিধানসভা নিৰ্বাচনত অপ্ৰত্যাশিতভাবে বটদ্ৰবা সমষ্টিৰ পৰা টিকট লাভ কৰিছিল অসমীয়া চলচিত্রৰ অভিনেত্রী আঙুৰলতা ডেকাই। সন্মুখত আছিল ডাঙৰ প্ৰত্যাহ্বান। কংগ্ৰেছৰ প্ৰাক্তন মন্ত্রী গৌতম...