এন.আৰ.চিৰ আঁৰৰ মূল মানুহজনেই এন.আৰ.চিক লৈ অসন্ত্তষ্ট
'ৰাজনীতি অসম' (www.rajnitiaxom.com), অসমৰ প্ৰথম ৰাজনৈতিক ই-আলোচনীৰ প্ৰতিবেদন
যোৱা মাহত এন আৰ চিৰ কাৰণে উচ্চতম ন্যায়ালয়ত দাৰস্থ হোৱা APW সংগঠনটোৰ নেতৃত্ব দিয়া আভিজিত শৰ্মাই NRC ক লৈ আশংকা প্ৰকাশ কৰিছিল । ...
২০২১ত ৰকিবুল আৰু ৰূপজ্যোতিৰ কি হ’ব? অ’পিনিয়ন প’ল
ৰাজনীতি অসমে এইমাহত অসমৰ আন দুটা গুৰুত্বপূৰ্ণ সমষ্টি মৰিয়নি আৰু চামুগুৰিৰ ওপৰত অ'পিনিয়ন প'ল আগবঢ়াইছে। যদি ৰকিবুল হুছেইন আৰু ৰূপজ্যোতি কুৰ্মী কংগ্ৰেছতে থাকে আৰু...
আম্বানী আৰু দেশৰ অৰ্থনৈতিক সংকত
তাৰক দাস
‘ৰাজনীতি অসম’ ই-আলোচনী খনৰ ওৱেবচাইট আই.ডি: www.rajnitiaxom.com
দেশৰ প্ৰধান মন্ত্ৰীয়ে ২০২৫ চনত ৫ ট্ৰিলিয়নৰ ভাৰতীয় অৰ্থনীতিৰ যি সপোন দেখিছে সেই পৰিকল্পনাক চেলেঞ্জ দিছে বৰ্তমান দেশৰ মন্দা অৱস্থাই ।
সাধাৰণ মানুহে...
পৰম বীৰ আব্দুল হামিদ
■ নীলোৎপল গগৈ
‘ৰাজনীতি অসম’ ই-আলোচনী খনৰ ওৱেবচাইট আই.ডি: www.rajnitiaxom.com
কবুল হেই, কবুল হেই, কবুল হেই৷ কথা আছিল মৃত্যুলৈকে একেলগে থকাৰ, কথা আছিল ঘৰৰ চাঁদত একেলগে শুই আকাশৰ তৰা হিচাপ কৰাৰ,...
মোদীৰ বাৰাণসীত দুটা দিন
■ পাৰ্থ সাৰথি দত্ত
‘ৰাজনীতি অসম’ ই-আলোচনী খনৰ ওৱেবচাইট আই.ডি: www.rajnitiaxom.com
ভাৰতবৰ্ষৰ ৫৪৩টা লোকসভা সমষ্টিৰ ভিতৰত সকলোতকৈ গুৰুত্ব পূৰ্ণ সমষ্টিটো হ'ল উত্তৰ প্ৰদেশৰ বাৰাণসী। ভাৰতৰ প্ৰধানমন্ত্রীজনে হিন্দু ধৰ্মৰ আধ্যাত্মিকতাৰ প্ৰতীক এই সমষ্টিটোক প্ৰতিনিধিত্ব...
মই অক্ষয় কুমাৰক কৈছিলো ‘I thank you on behalf of entire Assam’ _ বৰ্ণালী দেউৰী
অসমৰ প্ৰথম ৰাজনৈতিক ই-আলোচনী 'ৰাজনীতি অসম'ৰ সৈতে আছুতীয়া সাক্ষাৎকাৰত গায়িকা বৰ্ণালী দেউৰী
সাক্ষাৎকাৰ গ্ৰহণ কৰে পাৰ্থ সাৰথি দত্তই
‘ৰাজনীতি অসম’ ই-আলোচনী খনৰ ওৱেবচাইট আই.ডি: www.rajnitiaxom.com
ৰাজনীতি অসমঃ আপোনাক কপিল শৰ্মা শ্বো'ত গোটেই ভাৰতবৰ্ষই দেখিছে। আপোনাৰ পৰিচয়তো অলপ বহলাই...
মোৰ আইৰ মৃত্যুত
■দেবজিত দত্ত
‘ৰাজনীতি অসম’ ই-আলোচনী খনৰ ওৱেবচাইট আই.ডি: www.rajnitiaxom.com
১৯৯৬ চন। মই তেতিয়া হাইস্কুলত পঢ়ো। ৰাজনীতিৰ কোনো জ্ঞান নাই। প্ৰধানমন্ত্রী, মুখ্যমন্ত্রীকে ধৰি কেইজনমান নেতাৰ বাহিৰে আন কাকো চিনি নাপাও। এদিন স্কুল শেষ...
“কপালত চন্দনৰ ফোঁট লৈ থাকিলেই দুৰ্নীতি নাইকিয়া নহয়” _ প্ৰদ্যুৎ বৰদলৈ
"সাৰদা কেলেংকাৰীৰ অসমৰ মূল ব্যক্তিজন আছিল হিমন্ত বিশ্ব শৰ্মা।", প্ৰদ্যুৎ বৰদলৈ
অসমৰ প্ৰথম ৰাজনৈতিক ই-আলোচনী 'ৰাজনীতি অসম'ৰ সৈতে আছুতীয়া সাক্ষাৎকাৰত কংগ্ৰেছৰ সাংসদ তথা জেষ্ঠ নেতা প্ৰদ্যুৎ বৰদলৈ
সাক্ষাৎকাৰ গ্ৰহণ কৰে পাৰ্থ প্ৰতীম লহকৰ আৰু পাৰ্থ সাৰথি দত্তই
‘ৰাজনীতি অসম’ ই-আলোচনী...
কংগ্ৰেছ __ ন’ ৰিক্স ন’ গেইন
■ পাৰ্থ প্ৰতীম লহকৰ
‘ৰাজনীতি অসম’ ই-আলোচনী খনৰ ওৱেবচাইট আই.ডি: www.rajnitiaxom.com
দেশত প্ৰায় ৭০ % শতাংশ ৰাজ্যত বিজেপি চৰকাৰ বা বিজেপি সমৰ্থিত চৰকাৰ । ৰাজ্যসভা আৰু লোকসভাত বিজেপিৰ স্থিতি অতি শক্তিশালী । লোকসভাৰ...
পি চিদাম্বৰম-নিজৰ জালত নিজেই বন্দী…
■ বুবুল ঠাকুৰীয়া
‘ৰাজনীতি অসম’ ই-আলোচনী খনৰ ওৱেবচাইট আই.ডি: www.rajnitiaxom.com
"আনলৈ হুল পুতি নিজেই ফুটি মৰা"-কথাষাৰ হুবহু দেখিবলৈ পোৱা গ'ল দেশৰ ৰাজনৈতিক ক্ষেত্ৰ খনত। আন্ত:ৰাষ্ট্ৰীয় অপৰাধী থাকিব পৰাকৈ দেশৰ কেন্দ্ৰবিন্দুত বনোৱা জেল...











