ভাৰতৰ মহামান্য উচ্চতম ন্যায়ালয়ে অসমত বিদেশী চিনাক্তকৰণৰ বাবে অসম চুক্তিৰ ১৯৭১ চনক নায্যতা প্ৰদান কৰে। বিভিন্ন জনে ১৯৫১ চনক এতিয়াও সমৰ্থন কৰে যদিও আন কিছুমানে ১৯৭১ৰ সিদ্ধান্ত সঠিক বুলি কৈছে। আমাক জনাওক ভিত্তিবৰ্ষ হিচাপে আপুনি কোন চনক সমৰ্থন কৰে।আমাৰ অ’পিনিয়ন প’লত ভাগ ল’বলৈ তলত ক্লিক কৰক