কোন সাংসদৰ টিকট কটা যাব?

483

বৰ্তমান লোকসভাত অসমৰ পৰা বিজেপিৰ ৯ জন সাংসদ আছে। ২০২৪ লোকসভাত হয়তো ইয়াৰ কেইজনমানে টিকট লাভ নকৰিব। আমাক জনাওক ৯ জন সাংসদৰ কোনকেইজনৰ টিকট কটা যাব? আপুনি এজন বা একাধিক সাংসদৰ নামত ক্লিক কৰিব পাৰে। আমাৰ অ’পিনিয়ন প’লত ভাগ ল’বলৈ তলত ক্লিক কৰক। অ’পিনিয়ন প’লত ভাগ লোৱাৰ শেষ দিন ২০ জানুৱাৰী ২০২৩ চন।

CLICK HERE