কোন বেছি পাৰদৰ্শী? অপিনিয়ন প’ল

581

কিছুদিন পিছত ড° হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্রী ৰূপে দুটা বছৰ সম্পূৰ্ণ কৰিব। আমাক জনাওক মুখ্যমন্ত্রীজনৰ কামত আপোনালোক কিমান সন্ত্তষ্ট ? লগতে আমাক জনাওক ড° হিমন্ত বিশ্ব শৰ্মা আৰু সৰ্বানন্দ সোণোৱালৰ ভিতৰত কাক বেছি পাৰদৰ্শী বুলি ভাবে? আমাৰ অ’পিনিয়ন প’লত ভাগ ল’বলৈ তলত ক্লিক কৰক। অ’পিনিয়ন প’লত ভাগ লোৱাৰ শেষ দিন ২০ ফেব্ৰুৱাৰী ২০২৩।

CLICK HERE