বিজেপি-কংগ্ৰেছে অসমত কেইখন আসন পাব?

427

লোকসভা নিৰ্বাচনলৈ মাজত এবছৰ সময় আছে। বিভিন্ন দলে নিজৰ টাৰ্গেট অনুসৰি কুচ-কাৱাজ আৰম্ভ কৰিছে। আমাক জনাওক বিজেপি আৰু কংগ্ৰেছ দলে নিজাকৈ অসমত কিমান আসন পাব? আমাৰ অ’পিনিয়ন প’লত ভাগ ল’বলৈ তলত ক্লিক কৰক। অ’পিনিয়ন প’লত ভাগ লোৱাৰ অন্তিম দিন ২০ মে ২০২৩।

CLICK HERE