আছুৰ পিছত প্ৰাক্তন কংগ্ৰেছীৰ সন্মুখত নিস্প্ৰভ পুৰণি বিজেপি
পাৰ্থ প্ৰতীম লহকৰ
ৰাজনীতি অসম’ (WWW.RAJNITIAXOM.COM) : চাৰি বছৰ: ২ লাখ ৫০ হাজাৰ পঢ়ুৱৈ
২০১৪ চনত কেন্দ্ৰত বিজেপি চৰকাৰ অহাৰ পিছত অসমত তৰুণ গগৈ চৰকাৰখনত বিসম্বাদ আৰু লবি কেন্দ্ৰীক ৰাজনীতি...
মামাৰ ডাক্তৰ-ইঞ্জিনিয়াৰ প্ৰীতি
(এই লেখনিৰ উদ্দেশ্য হাস্যৰস )
কমেডি ডেক্স: ৰাজনীতি অসম
ৰাজনীতি অসম’ (WWW.RAJNITIAXOM.COM) : চাৰি বছৰ: ২ লাখ ৫০ হাজাৰ পঢ়ুৱৈ
মামা ব্যস্ত অৰ্ণৱ গোস্বামী, অঞ্জনা ওম কাশ্যপ, ৰুবিকা লিয়াকট হতক টি.আৰ.পি যোগান ধৰাত। মামাৰ...
মনমোহন সিংৰ পৰা অসমে কি পালে?
জুলা শৰ্মা
ৰাজনীতি অসম’ (WWW.RAJNITIAXOM.COM) : চাৰি বছৰ: ২ লাখ ৫০ হাজাৰ পঢ়ুৱৈ
তামিলনাডু ৱাকফ বোৰ্ডে তিৰুচিৰাপল্লীৰ ৭ খন হিন্দু সংখ্যা গৰিষ্ঠ গাওঁ আৰু ১৫০০ বছৰ পুৰণি মন্দিৰৰ মালিকীস্বত্ব দাবী...
দুৰ্বল হাইকামাণ্ড আৰু ৰাজস্থানৰ নাটক
পাৰ্থ প্ৰতীম লহকৰ
ৰাজনীতি অসম’ (WWW.RAJNITIAXOM.COM) : চাৰি বছৰ: ২ লাখ ৫০ হাজাৰ পঢ়ুৱৈ
আভ্যন্তৰীণ কন্দলৰ নিয়ন্ত্ৰণহীনতাই কংগ্ৰেছ দলক মষিমুৰ কৰাৰ পথলৈ লৈ গৈ আছে । চোনীয়া গান্ধী আৰু ৰাহুল...
স্বাধীনতা সংগ্ৰামৰ নায়কসকলে স্বীকৃতি নাপালে
ক্ষীতিশ চন্দ্ৰ মিশ্ৰ (মুল: ৰজত কান্তি দাস)
ৰাজনীতি অসম’ (WWW.RAJNITIAXOM.COM) : চাৰি বছৰ: ২ লাখ ৫০ হাজাৰ পঢ়ুৱৈ
১৯৪৩ চনৰ ২১ অক্টোবৰ । অবিভক্ত ভাৰত। নেতাজী সুভাষ চন্দ্ৰ বসুৱে চিংগাপুৰত...
২০২৪ঃ লখিমপুৰ আৰু ধুবুৰীৰ পৰা কোন জয়ী হ’ব?
আমাক জনাওক ২০২৪ চনৰ লোকসভা নিৰ্বাচনত লখিমপুৰ আৰু ধুবুৰী লোকসভা সমষ্টিৰ পৰা কোন জয়ী হ'ব? আমাৰ অ'পিনিয়ন প'লত ভাগ লবলৈ তলত ক্লিক কৰক। অ'পিনিয়ন...
বৰপেটাত কংগ্ৰেছৰ জয় সহজ নহয়
ৰাজনীতি অসম' অসমৰ প্ৰথম ৰাজনৈতিক ই-আলোচনীৰ প্ৰতিবেদন
ৰাজনীতি অসম’ (WWW.RAJNITIAXOM.COM) : চাৰি বছৰ: ২ লাখ ৫০ হাজাৰ পঢ়ুৱৈ
ৰাজনীতি অসমৰ ছেপ্তেম্বৰ ২০২২ খণ্ডৰ অ'পিনিয়ন প'লত আমি প্ৰশ্ন কৰিছিলো _ আগন্তুক লোকসভা নিৰ্বাচনত ডিব্ৰুগড় আৰু বৰপেটা লোকসভা...
কঠোৰ মুখ্যমন্ত্রীঃ এতিয়া ৰাইজেই ৰজা
প্ৰাঞ্জল চলিহা
ৰাজনীতি অসম’ (WWW.RAJNITIAXOM.COM) : চাৰি বছৰ: ২ লাখ ৫০ হাজাৰ পঢ়ুৱৈ
হোজাই জিলাৰ উপায়ুক্ত আৰু অতিৰিক্ত উপায়ুক্তক নিলম্বন কৰিছে ৰাজ্য চৰকাৰে ।
স্থানীয় লোকক দুৰ্ব্যৱহাৰ কৰাৰ অভিযোগত ৰাজ্য চৰকাৰে...
কংগ্ৰেছৰ চানক্যই দলক উপহাৰ দিব কৰ্ণাটক
ৰূপেশ কুমাৰ সিং
ৰাজনীতি অসম’ (WWW.RAJNITIAXOM.COM) : চাৰি বছৰ: ২ লাখ ৫০ হাজাৰ পঢ়ুৱৈ
ভাৰতৰ ৰাজনীতিৰ চানক্য বুলি ক'লে সাধাৰণতে সকলোৱে বিজেপিৰ নেতাসকলৰ নাম লয়। অমিত শ্বাহ, যোগী, হিমন্ত বিশ্ব...
অসম বিজেপিয়ে মোদীৰ পৰা একো নিশিকিব নেকি?
নয়ন বৰ্মন
ৰাজনীতি অসম’ (WWW.RAJNITIAXOM.COM) : চাৰি বছৰ: ২ লাখ ৫০ হাজাৰ পঢ়ুৱৈ
স্বাধীন ভাৰতৰ সকলোতকৈ জনপ্ৰিয় ৰাজনেতা বুলি প্ৰশ্ন কৰিলে মনলৈ আহে মাথো এটা নাম, সেয়া হল নৰেন্দ্ৰ মোদী।...