অ’পিনিয়ন প’লঃ ২০২৪ত কাৰ চৰকাৰ?

831
আগন্তক সাধাৰণ নিৰ্বাচনলৈ সময় আছে মাজত দুটা বছৰ। উত্তৰ প্ৰদেশকে ধৰি ৫ ৰাজ্যৰ নিৰ্বাচনৰ পিছতে আৰম্ভ হ’ব ২০২৪ৰ কুচ-কাৱাজ। আমাক জনাওক কোন দল জয়ী হৈ চৰকাৰ গঠন কৰিব ২০২৪ চনত? আমাৰ অ’পিনিয়ন প’লত ভাগ লবলৈ তলত ক্লিক কৰক। অ’পিনিয়ন প’লত ভাগ লোৱাৰ শেষ দিন ২০ ফেব্ৰুৱাৰী ২০২২।
CLICK HERE