২০২১ত বিজেপিয়ে বড়োভুমিত পাব কিমান আসন?

1341
বিজেপিয়ে নিজৰ সাংগঠনিক ভেটি মজবুত কৰি বি.টি.‍আৰ নিৰ্বাচনত অকলে যুঁজ দিছে। হাগ্ৰামৰ বিৰূদ্ধে দিনে দিনে আক্ৰমনাত্মক হৈ পৰিছে বিজেপি। বিজেপিয়ে ঘোষণা কৰিছে যে ২০২১ৰ অসম বিধানসভা নিৰ্বাচনত বড়োভুমিত থকা ১২খন আসনৰ আটাইকেইখনত প্ৰতিদ্বন্দ্বিতা কৰিব বিজেপিয়ে। যদি বিজেপিয়ে অকলে ১২খন আসনত প্ৰতিদ্বন্দ্বিতা কৰে তেন্তে কিমানখন আসন লাভ কৰিবলৈ সক্ষম হ’ব?
আমাৰ অ’পিনিয়ন প’লত ভাগ লবলৈ তলত ক্লিক কৰকঃ
অ’পিনিয়ন প’লত ভাগ লোৱাৰ অন্তিম দিন ২১ ডিচেম্বৰ ২০২০।