‘ৰাজনীতি অসম’ অসমৰ প্ৰথম ৰাজনৈতিক ই-আলোচনীৰ প্ৰতিবেদন
ৰাজনীতি অসম’ (WWW.RAJNITIAXOM.COM) : তিনি বছৰ: ২ লাখ ১২ হাজাৰ পঢ়ুৱৈ
ৰাজনীতি অসমৰ এপ্ৰিল মাহৰ অ’পিনিয়ন প’ল মুকলি আছিল ২০ এপ্ৰিল ২০২২লৈ। আমাৰ প্ৰশ্ন আছিল _ ২০২৪ৰ নিৰ্বাচনত বিজেপি আৰু কংগ্ৰেছ দলে অসমত কিমান আসন পাব?
আমাৰ অপিনিয়ন প’লত সৰ্বাধিক ৰাইজে বিজেপিয়ে ১০ খনৰ অধিক আসন লাভ কৰিব বুলি কৈছে। এনে লোকৰ সংখ্যা ৫২.৯%। আনহাতে কংগ্ৰেছ মাত্র ০-২খন আসনত সিমীত থাকিব বুলি বিশ্বাস কৰা লোক ৪৭.১% । আমাৰ অ’পিনিয়ন প’লৰ সম্পূৰ্ণ ফলাফল এনে ধৰণৰ।
২০২৪ৰ সাধাৰন নিৰ্বাচনত বিজেপিয়ে অসমৰ পৰা কিমান খন আসন পাব?
১০ খনৰ অধিকঃ ৫২.৯%
৮- ৯ঃ ২৯.৪%
৬-৭ঃ ১১.৮%
৬ৰ কমঃ ৫.৯%
২০২৪ সাধাৰণ নিৰ্বাচনত কংগ্ৰেছে অসমত কিমান আসন পাব?
১০ৰ অধিকঃ ১১.৮%
৫-৯ঃ ১৭.৬%
৩-৪ঃ ২৩.৫%
০-২ঃ ৪৭.১%