২০২৪ত অসমৰ প্ৰধান বিৰোধী দল কোন হ’ব?

756
ৰিপুণ বৰাই শেহতীয়া ভাবে কংগ্ৰেছ দল ত্যাগ কৰাৰ পিছত কংগ্ৰেছ দল আৰু অধিক দুৰ্বল হৈ পৰিল। এতিয়া প্ৰশ্ন হৈছে ২০২৪ চনত বিজেপিৰ বিৰূদ্ধে কোনটো দলে প্ৰত্যহ্বান জনাব? আমাৰ অ’পিনিয়ন প’লত ভাগ ল’বলৈ তলত ক্লিক কৰক। অ’পিনিয়ন প’লত ভাগ লোৱাৰ অন্তিম দিন ২০ মে ২০২২।
CLICK HERE