২০২৪ অ’পিনিয়ন প’লঃ গুৱাহাটী আৰু কলিয়াবৰত কাৰ জয়?

754

২০২৪ লোকসভা নিৰ্বাচনলৈ মাজত ২ বছৰতকৈও কম সময় আছে। ইতিমধ্যে সকলো ৰাজনৈতিক দলে কম বেছি পৰিমানে নিজৰ প্ৰস্তুতি আৰম্ভ কৰিছে। আমাক জনাওক আগন্তুক লোকসভা নিৰ্বাচনত গুৱাহাটী আৰু কলিয়াবৰৰ পৰা কোন জয়ী হ’ব? আমাৰ অপিনিয়ম প’লত ভাগ লবলৈ তলত ক্লিক কৰক। অ’পিনিয়ন প’লত ভাগ লোৱাৰ শেষ দিন ২০ আগষ্ট ২০২২।

CLICK HERE