অসমৰ সকলোতকৈ প্ৰভাবশালী নেতা কোন? অ’পিনিয়ন প’ল অক্টোবৰ ২০১৮

20858
আমাক জনাওক অসমৰ সকলোতকৈ প্ৰভাবশালী নেতা কোনজন?
ৰাজনীতি অসমৰ অ’পিনিয়ন প’লত ভাগ লওক আৰু লাভ কৰক আকৰ্ষণীয় পুৰস্কাৰ। অ’পিনিয়ন প’লত ভাগ লবলৈ তলত ক্লিক কৰক।
অ’পিনিয়ন প’লত ভাগ লোৱাৰ অন্তিম দিন ২০ অক্টোবৰ ২০১৮. ফলাফল প্ৰকাশ পাব ১ নবেম্বৰ খণ্ডত।
চেপ্তেম্বৰ মাহৰ অ’পিনিয়ন প’লত ভাগ লোৱা সকলৰ মাজৰ পৰা লটাৰী যোগে পুৰষ্কাৰৰ বাবে নিৰ্বাচিত হৈছেঃ

অভিজিত বৰা আৰু জয়ন্ত নাথ। দুয়োকে ৰাজনীতি অসমৰ ফালৰ পৰা অভিনন্দন!!


অসমৰ প্ৰথম ৰাজনৈতিক মাহেকীয়া ই-আলোচনী ৰাজনীতি অসম (www.rajnitiaxom.com)