অসমত ১৪ টা সমষ্টিৰ বাবে ভোটদান সম্পূৰ্ণ হ’ল। ফলাফল প্ৰকাশ পাব ২৩ মে’ , ২০১৯ত। আমাক জনাওক অসমৰ কোনজন প্ৰাৰ্থীয়ে সকলোতকৈ বেছি ভোটৰ ব্যবধানত জয়ী হ’ব। আপোনাৰ অনুমান শুদ্ধ হ’লে আপুনি পাই যাব পাৰে এটা আকৰ্ষনীয় পুৰস্কাৰ। আমাৰ অ’পিনিয়ন প’লত ভাগ লোৱাৰ শেষ দিন ২২ মে ২০১৯। অ’পিনিয়ন প’লত ভাগ লবলৈ তলত ক্লিক কৰকঃ
