মোডী চৰকাৰৰ সকলোতকৈ সফল মন্ত্রী কোন? অপিনিয়ন প’ল: নবেম্বৰ ২০১৮

3406
আমাক জনাওক মোডী চৰকাৰৰ সকলোতকৈ সফল মন্ত্রী কোনজন?
ৰাজনীতি অসমৰ অ’পিনিয়ন প’লত ভাগ লওক আৰু লাভ কৰক আকৰ্ষণীয় পুৰস্কাৰ। অ’পিনিয়ন প’লত ভাগ লবলৈ তলত ক্লিক কৰক।

Click Here

অ’পিনিয়ন প’লত ভাগ লোৱাৰ অন্তিম দিন ২০ নবেম্বৰ ২০১৮. ফলাফল প্ৰকাশ পাব ১ ডিচেম্বৰ খণ্ডত।

অক্টোবৰ মাহৰ অ’পিনিয়ন প’লত ভাগ লোৱা সকলৰ মাজৰ পৰা লটাৰী যোগে পুৰষ্কাৰৰ বাবে নিৰ্বাচিত হৈছেঃ

জুমন কলিতা আৰু দিপক কুমাৰ ব্ৰহ্ম। দুয়োকে ৰাজনীতি অসমৰ ফালৰ পৰা অভিনন্দন!!


অসমৰ প্ৰথম ৰাজনৈতিক মাহেকীয়া ই-আলোচনী ৰাজনীতি অসম (www.rajnitiaxom.com)