এন.আৰ.চিৰ অাচল নায়ক কোন? অ’পিনিয়ন প’ল চেপ্তেম্বৰ ২০১৮

10344
এন আৰ চিৰ বাবে অসমে বহুতো অান্দোলন কৰিবলগীয়া হৈছিল। অসম চুক্তি স্বাক্ষৰ হোৱাৰ আজি ৩২ টা বছৰ পিছত চুক্তি মৰ্মে এন আৰ চিৰ উন্নিতকৰণৰ কাম  সমাপ্তি হ’বলৈ গৈ আছে। ৩০ জুলাইত এন আৰ চিৰ চুড়ান্ত খচৰা প্ৰকাশ পাইছে।
আমাক জনাওক এন আৰ চিৰ নায়ক কোন?

ৰাজনীতি অসমৰ অ’পিনিয়ন প’লত ভাগ লওক আৰু লাভ কৰক আকৰ্ষণীয় পুৰস্কাৰ। অ’পিনিয়ন প’লত ভাগ লবলৈ তলত ক্লিক কৰক।

Click Here

অ’পিনিয়ন প’লত ভাগ লোৱাৰ অন্তিম দিন ২০ চেপ্তেম্বৰ ২০১৮. ফলাফল প্ৰকাশ পাব ১ অক্টোবৰ খণ্ডত।

আগষ্ট মাহৰ অ’পিনিয়ন প’লত ভাগ লোৱা সকলৰ মাজৰ পৰা লটাৰী যোগে পুৰষ্কাৰৰ বাবে নিৰ্বাচিত হৈছেঃ

ব্ৰজেন দাস আৰু ফইজুৰ ৰহমান, দুয়োকে ৰাজনীতি অসমৰ ফালৰ পৰা অভিনন্দন!!


অসমৰ প্ৰথম ৰাজনৈতিক মাহেকীয়া ই-আলোচনী ৰাজনীতি অসম (www.rajnitiaxom.com)