২০১৯ লোকসভা নিৰ্বাচনত কোন সাংসদে পাব লাগে টিকট ? অ’পিনিয়ন প’ল ডিচেম্বৰ ২০১৮

12938

২০১৯ লোকসভা নিৰ্বাচনত অসমৰ কোন কেইজন সাংসদে পাব লাগে টিকট ?

ৰাজনীতি অসমৰ অ’পিনিয়ন প’লত ভাগ লওক আৰু লাভ কৰক আকৰ্ষণীয় পুৰস্কাৰ। অ’পিনিয়ন প’লত ভাগ লবলৈ তলত ক্লিক কৰক।

Click Here

অ’পিনিয়ন প’লত ভাগ লোৱাৰ অন্তিম দিন ২০ ডিচেম্বৰ ২০১৮. ফলাফল প্ৰকাশ পাব ১ জানুৱাৰী ২০১৯ খণ্ডত।

নবেম্বৰ মাহৰ অ’পিনিয়ন প’লত ভাগ লোৱা সকলৰ মাজৰ পৰা লটাৰী যোগে পুৰষ্কাৰৰ বাবে নিৰ্বাচিত হৈছেঃ

ত্রিদিপ ভৰালী ..তেখেতক ৰাজনীতি অসমৰ ফালৰ পৰা অভিনন্দন!!