অসমৰ পৰবৰ্তী মুখ্যমন্ত্রী হিচাবে কাক বিচাৰে?

2230
অসমৰ বিধানসভা নিৰ্বাচনলৈ মাজত মাত্র ১টা বছৰ। বিজেপি চৰকাৰক প্ৰত্যহ্বান জনাবলৈ সাজু হৈছে কংগ্ৰেছ দল। নতুন আঞ্চলিক দল গঠন হ’ব বুলিও খবৰ ওলাই থাকে। আপুনি ২০২১ত মুখ্যমন্ত্রীৰ আসনত কোন অধিষ্ঠিত হোৱাটো বিচাৰে? আমাৰ অ’পিনিয়ত ভাগ লবলৈ তলত ক্লিক কৰক। অ’পিনিয়ন প’লত ভাগ লোৱাৰ অন্তিম দিন ২০ জানুৱাৰী ২০২০।