কোনজন শ্ৰেষ্ঠ বিৰোধী নেতা?

1103
বৰ্তমান ‌হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ বিৰূদ্ধে বহু কেইজন বিৰোধী দলৰ নেতাক মুখৰ হোৱা দেখা গৈছে। আমাক জনাওক এওঁলোকৰ ভিতৰত কোন শ্ৰেষ্ঠ। আমাৰ অ’পিনিয়ন প’লত ভাগ লবলৈ তলত ক্লিক কৰক।  অ’পিনিয়ন প’লত ভাগ লোৱাৰ অন্তিম দিন ২০ আগষ্ট ২০২১।