প্ৰথমবাৰৰ বিধায়ক: কোন শ্ৰেষ্ঠ ?

4000
২০১৬ চনৰ বিধানসভা নিৰ্বাচনত দুকুৰিৰো অধিক নেতাই প্ৰথমবাৰৰ বাবে বিধায়ক হোৱাৰ সৌভাগ্য লাভ কৰিছিল। চাৰে চাৰি  বছৰ পিছত এতিয়া সময় তেওঁলোকৰ প্ৰদৰ্শনৰ ওপৰত বিশ্লেষণ কৰাৰ। আমাক জনাওক এই বিধায়কসকলৰ ভিতৰত কোন শ্ৰেষ্ঠ ? গোটেই কেইজন বিধায়কৰ নাম দিয়াটো সম্ভব নহয় কাৰণে আমি তৈয়াৰ কৰিছো ৮ জনীয়া এখন তালিকা। আপোনাৰ পচন্দৰ নৱ বিধায়কজন তালিকাত নাথাকিলে আপুনি ‘অন্য’ বিকল্পত মোহৰ লগাব পাৰে। আমাৰ অ’পিনিয়ন প’লত ভাগ লবলৈ তলত ক্লিক কৰক। শেষ দিন ২০ ছেপ্তেম্বৰ ২০২০।