১৯৫১ ভিত্তিত খিলঞ্জীয়া নিৰ্ধাৰণ মাৰাত্মক ভুল হ’ব
ৰতন কলিতা
‘ৰাজনীতি অসম’ ই-আলোচনী খনৰ ওৱেবচাইট আই.ডি: www.rajnitiaxom.com
চন তাৰিখ মতে নাগৰিকত্বহে পায়, কিন্তু খিলঞ্জীয়াৰ চাৰ্টিফিকেট পায় জানো ?
আকৌ এবাৰ অসম চুক্তিত কৈও ভয়ংকৰ ভুল হ'বলৈ গৈ আছে...
লতাশিলৰ পৰা চাহিনবাগ….
হৰকুমাৰ ঠাকুৰীয়া
‘ৰাজনীতি অসম’ ই-আলোচনী খনৰ ওৱেবচাইট আই.ডি: www.rajnitiaxom.com
চাহিন বাগ , দিল্লীৰ মাজ মজিয়াত এন আৰ চি , এন পি আৰ আৰু ' কা ' ৰ প্ৰতিবাদত হাজাৰ মানুহে দিনে...
অসম ত্ৰিপুৰা , কাশ্মীৰ নে চিলেট হ’ব ?
জয়শংকৰ ভড়ালী
‘ৰাজনীতি অসম’ ই-আলোচনী খনৰ ওৱেবচাইট আই.ডি: www.rajnitiaxom.com
"নাৰা-এ-তকবীৰ, আল্লাহু আকবৰ ; জনতা আমাৰ, কিন্তু নেতা সিহঁতৰ , কানায়া কুমা্ৰ দৰে নেতাই আমাৰ মানুহৰ সমদলৰ আগত থাকি ফটো উঠি গুচি...
প্ৰফুল্ল মহন্ত হাৰিব নেকি?
অসমৰ প্ৰথম ৰাজনৈতিক ই-আলোচনী ৰাজনীতি অসমৰ এই মাহৰ বাবে আছে দুটা প্ৰশ্ন। আমাৰ অ'পিনিয়ন প'লত ভাগ ল'বলৈ তলত ক্লিক কৰকঃ
CLICK HERE
কাশ্মীৰী পণ্ডিতে কৰা অতীতৰ আন্দোলন ___ধাৰা ৩৭০ বনাম ‘কা ‘
‘ৰাজনীতি অসম’ ই-আলোচনী খনৰ ওৱেবচাইট আই.ডি: www.rajnitiaxom.com
বিংশ শতিকাৰ আৰম্ভণীত কাশ্মীৰী হিন্দু পণ্ডিত আৰু কাশ্মীৰী মুছলমানসকলে লগ লাগি আন্দোলন আৰম্ভ কৰিছিল __
' Kashmir for the Kashmiri ' আন্দোলন । সেইমৰ্মে ...
হিমন্ত বিশ্ব শৰ্মালৈ চাৰিটা প্ৰশ্ন?
পাৰ্থ সাৰথি দত্ত
‘ৰাজনীতি অসম’ ই-আলোচনী খনৰ ওৱেবচাইট আই.ডি: www.rajnitiaxom.com
অসমৰ প্ৰভাবশালী মন্ত্রী হিমন্ত বিশ্ব শৰ্মাই ২০১৬ চনৰ নিৰ্বাচনত বিজেপি দলৰ হৈ দিনে নিশাই প্ৰচাৰ কৰি দলক ক্ষমতাত বহুৱাবলৈ সক্ষম হৈছিল। শদিয়াৰ...
পাকিস্তানী মন্ত্ৰী যোগেন্দ্ৰক শিক্ষামন্ত্ৰীয়ে পাঠ্যপুথিত অন্তৰ্ভুক্ত কৰিব নে ???
‘ৰাজনীতি অসম’ ই-আলোচনী খনৰ ওৱেবচাইট আই.ডি: www.rajnitiaxom.com
আচৰিত যদিও সত্য যে পাকিস্তানৰ প্ৰথম আইন আৰু শ্ৰম মন্ত্ৰী আছিল যোগেন্দ্ৰ নাথ মণ্ডল । জিন্নাৰ হাতত হাত ধৰি পাকিস্তানৰ প্ৰথম মন্ত্ৰীসভাত...
লুৰিণ মাজুলী, দিপাংকৰ বঙাইগাওঁ, বৰষা জালুকবাৰীৰ পৰা
'ৰাজনীতি অসম' (www.rajnitiaxom.com), অসমৰ প্ৰথম ৰাজনৈতিক ই-আলোচনীৰ প্ৰতিবেদন
কা বিৰোধী আন্দোলনকাৰী সকলে নতুন ৰাজনৈতিক দল গঠন কৰাৰ জল্পনা কল্পনা চলিছে। সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য্য ই যদিও ৰাজনৈতিক গঠন কৰাৰ পক্ষত নাই তেখেতৰে...
নতুন ৰাজনৈতিক দলে নাপায় আসন
তাৰক দাস
‘ৰাজনীতি অসম’ ই-আলোচনী খনৰ ওৱেবচাইট আই.ডি: www.rajnitiaxom.com
কা বিৰোধী আন্দোলনক কিছু পৰিমানে মষিমুৰ কৰিবলৈ সক্ষম হৈছে চৰকাৰে। এটা সময়ৰ কা বিৰোধী আন্দোলনৰ চোক এতিয়া নাই। তাৰকাৰ সমাবেশ, বুদ্ধিজীবী- ছাত্রনেতাৰ...
এই চুক্তিয়ে এটা সমস্যা সমাধান কৰাৰ লগে লগে আৰু নতুন সমস্যাৰো সৃষ্টি কৰিব: উপমন্যু...
উপমন্যু হাজৰিকা
‘ৰাজনীতি অসম’ ই-আলোচনী খনৰ ওৱেবচাইট আই.ডি: www.rajnitiaxom.com
তিনি দশকত তৃতীয় বড়ো চুক্তিয়ে নিশ্চিতভাৱে বড়ো জনজাতিৰ আশা আকাংক্ষা পুৰণ কৰিলে, বিশেষকৈ যি বড়োসকলে বাংলাদেশী আগ্ৰাসন ৰোধ কৰিছে। কিন্তু এই...