Thursday, May 2, 2024

একেলগে এখন মঞ্চত প্ৰমোদ – হাগ্ৰামা?

'ৰাজনীতি অসম' অসমৰ প্ৰথম ৰাজনৈতিক ই-আলোচনীৰ প্ৰতিবেদন ৰাজনীতি অসম’ (WWW.RAJNITIAXOM.COM) : তিনি বছৰ: ২ লাখ ১২ হাজাৰ পঢ়ুৱৈ  দুখন ৰাজ্যসভাৰ আসনৰ বাবে নির্বাচনৰ প্ৰাক  মুহূৰ্তত হাগ্ৰামা  মহিলাৰী নেতৃত্বাধীন বি পি এফ দলে বিজেপিৰ মিত্রদল হিচাপে আত্মপ্রকাশ কৰাৰ সিদ্ধান্ত  লৈছে...

উত্তৰাখণ্ডত কংগ্ৰেছে হেৰুৱালে নেকি সুযোগ?

'ৰাজনীতি অসম' অসমৰ প্ৰথম ৰাজনৈতিক ই-আলোচনীৰ প্ৰতিবেদন ৰাজনীতি অসম’ (WWW.RAJNITIAXOM.COM) : তিনি বছৰ: ২ লাখ ১২ হাজাৰ পঢ়ুৱৈ  এখন ৰাজ্যত ৫ বছৰত তিনিজন মুখ্যমন্ত্রী সলনি কৰিবলগীয়া হ'লে শাসকীয় দলৰ অবস্থা বহলাই বাখ্যা কৰাৰ প্ৰয়োজন নাথাকে। হিমালয়ৰ পাদদেশত অবস্থিত পাহাৰীয়া...

অখিল গগৈয়ে জীৱন গঢ় দিলে

শিব প্ৰসাদ শৰ্মা ৰাজনীতি অসম’ (WWW.RAJNITIAXOM.COM) : তিনি বছৰ: ২ লাখ ১২ হাজাৰ পঢ়ুৱৈ (১) সংবাদ মাধ্যমত চৰ্চিত হৈ থকা সন্মানীয়া শিক্ষয়িত্ৰী দিপ্তী দেৱী কোঁৱৰ মৰিগাঁও জিলাৰ এখন চৰকাৰী স্কুলৰ শিক্ষয়িত্ৰী। স্কুলখনৰ ছাত্ৰ ছাত্ৰী সকলৰ...

আকৌ এবাৰ যোগী চৰকাৰ

'ৰাজনীতি অসম' অসমৰ প্ৰথম ৰাজনৈতিক ই-আলোচনীৰ প্ৰতিবেদন ৰাজনীতি অসম’ (WWW.RAJNITIAXOM.COM) : তিনি বছৰ: ২ লাখ ১২ হাজাৰ পঢ়ুৱৈ  এইবছৰ ফেব্ৰুৱাৰী মাহত ৫ ৰাজ্যত বিধানসভাৰ নিৰ্বাচন অনুষ্ঠিত হ'ব। ইয়াৰ ভিতৰত সকলোতকৈ গুৰুত্বপূৰ্ণ ৰাজ্য হ'ল উত্তৰ প্ৰদেশ। এই প্ৰদেশখনৰ পৰা লোকসভালৈ...

অ’পিনিয়ন প’লঃ ২০২৪ত কাৰ চৰকাৰ?

আগন্তক সাধাৰণ নিৰ্বাচনলৈ সময় আছে মাজত দুটা বছৰ। উত্তৰ প্ৰদেশকে ধৰি ৫ ৰাজ্যৰ নিৰ্বাচনৰ পিছতে আৰম্ভ হ'ব ২০২৪ৰ কুচ-কাৱাজ। আমাক জনাওক কোন দল জয়ী...

সাধাৰণ মানুহ আৰক্ষীৰ কামত সুখী

তাৰক দাস ৰাজনীতি অসম’ (WWW.RAJNITIAXOM.COM) : তিনি বছৰ: ২ লাখ ১২ হাজাৰ পঢ়ুৱৈ স্বাধীনতাৰ সত্তৰ বছৰ পিছতো আৰক্ষীক উচিত  সুবিধা প্ৰদান কৰা হোৱা নাই কোনো এখন চৰকাৰৰ দ্বাৰা । এতিয়া অৱশ্যে পৰিবেশ কিছু উন্নত...

ভূপেন বৰাৰ নতুন কবিতা

(এই লেখনিৰ উদ্দেশ্য হাস্যৰস )  কমেডি ডেক্স: ৰাজনীতি অসম  ৰাজনীতি অসম’ (WWW.RAJNITIAXOM.COM) : তিনি বছৰ: ২ লাখ ১২ হাজাৰ পঢ়ুৱৈ ভূপেন বৰাই কবিতা লেখাৰ পিছৰে পৰা সকলো মন্ত্রী এম.এল.এৰ মাজত কবিতা লেখাৰ প্ৰতিযোগিতা চলিছে। দুই এজনে হেনো...

ভাৰত বিভাজনৰ খলনায়ক চাদুল্লাই কেনেকৈ স্থান পাইছিল সংবিধান ড্ৰাফ্টিং কমিটিত?

নৰেন কলিতা ৰাজনীতি অসম’ (WWW.RAJNITIAXOM.COM) : তিনি বছৰ: ২ লাখ ১২ হাজাৰ পঢ়ুৱৈ সংবিধান সভা, ভাৰতৰ সংবিধান প্ৰস্তুত কৰিবলৈ নিৰ্বাচিত হৈছিল। ইয়াক 'প্ৰভিন্সিয়েল এচেম্বলী'ৰ দ্বাৰা নিৰ্বাচিত কৰা হৈছিল। ১৯৪৭ চনত ব্ৰিটিছ চৰকাৰৰ পৰা ভাৰতৰ...

গান্ধীজীৰ শেষ দিনটো

পাৰ্থ প্ৰতীম লহকৰ ৰাজনীতি অসম’ (WWW.RAJNITIAXOM.COM) : তিনি বছৰ: ২ লাখ ১২ হাজাৰ পঢ়ুৱৈ ১৯৪৮ চনৰ ৩০ জানুৱাৰীৰ দিনাখন নাথুৰাম বিনায়ক গডচে নামৰ ব্যক্তিজনে মোহনদাস কৰমচাদ গান্ধীক  শুন্য দুৰত্বৰ পৰা গুলীয়াইছিল আৰু মহাত্মা গান্ধীৰ মৃত্য...

পদ্মভূষণ প্ৰত্যাখ্যান কৰা দেশদ্ৰোহী বামপন্থী

ৰূপেশ কুমাৰ সিং ৰাজনীতি অসম’ (WWW.RAJNITIAXOM.COM) : তিনি বছৰ: ২ লাখ ১২ হাজাৰ পঢ়ুৱৈ কানহায়া কুমাৰৰ 'দেশদ্ৰোহী' ভাষণৰ পাছতে একাংশ দল সংগঠন  আৰু মানুহৰ কাৰণে কানহায়া কুমাৰ নায়ক হৈ পৰিছিল । বাওঁপন্থী সকলে ভাৰতৰ গুণ-গান কৰাৰ সলনি...