উত্তৰাখণ্ডত কংগ্ৰেছে হেৰুৱালে নেকি সুযোগ?

700

‘ৰাজনীতি অসম’ অসমৰ প্ৰথম ৰাজনৈতিক ই-আলোচনীৰ প্ৰতিবেদন


ৰাজনীতি অসম’ (WWW.RAJNITIAXOM.COM) : তিনি বছৰ: ২ লাখ ১২ হাজাৰ পঢ়ুৱৈ 


এখন ৰাজ্যত ৫ বছৰত তিনিজন মুখ্যমন্ত্রী সলনি কৰিবলগীয়া হ’লে শাসকীয় দলৰ অবস্থা বহলাই বাখ্যা কৰাৰ প্ৰয়োজন নাথাকে। হিমালয়ৰ পাদদেশত অবস্থিত পাহাৰীয়া ৰাজ্য উত্তৰাখণ্ডত এতিয়ালৈকে প্ৰত্যেক ৫ বছৰত শাসকীয় দল সলনি হৈ আহিছে। এইবাৰো একে হ’ব নেকি? অ’পিনিয়ন প’লৰ মতে ফলাফল এনেধৰনৰ হ’বঃ
মুঠ আসন ৭০
এজেন্সী              কংগ্ৰেছ        বিজেপি
এবিপি               ৩১-৩৭      ৩০-৩৬
ইণ্ডিয়া এহেড     ৩০-৩৬    ৪৬-৫০
ৰিপাব্লিক          ২৫-৩১    ৩৬-৪২
নিউজ এক্স       ২৫-৩০   ৩৬-৪১
টাইমছ নাও       ১২-১৫     ৪৪-৫০
জি                  ৩৩-৩৭    ৩১-৩৫
ইণ্ডিয়া নিউজ   ২৪-৩৩    ৩৪-৩৮
গড়                 ২৪-২৮      ৩৭-৪১
অ’পিনিয়ন প’লৰ মতে উত্তৰাখণ্ডত বিজেপি আৰু কংগ্ৰেছৰ মাজত তীব্ৰ যু্ঁজ হ’ব। কিন্তু এটা কথা স্পষ্ট যে বিজেপিৰ বিৰূদ্ধে থকা প্ৰবল প্ৰতিষ্ঠান বিৰোধী ঢৌক কংগ্ৰেছ নিজৰ পক্ষে ব্যবহাৰ কৰাত ব্যৰ্থ হৈছে। বিজেপি বা কংগ্ৰেছ , কোনো এটা দল খুব কম ব্যবধানত জয়ী হৈ ৰাজপাট দখল কৰিব বুলি ধাৰণা কৰিব পৰা যায়।