বানপানীৰ সাহায্য প্ৰদানত চৰকাৰ কিমান সফল?

535

এইবাৰৰ বানপানী আছিল প্ৰলয়ংকাৰী। যোৱা ৪ বছৰ মান মিলি যিমান বৰষুন হৈছিল এইবছৰ এতিয়ালৈকে তাতকৈ বেছি বৰষুণ হৈছে। ইয়াক প্ৰাকৃতিক দুৰ্য্যোগ বুলিও কব পাৰি। এতিয়া প্ৰশ্ন হ’ল এই বানপানীত যিসকল ক্ষতিগ্ৰস্থ হ’ল সেইসকলক চৰকাৰে সাহায্য দিয়াত কিমান সফল হ’ল। আমাৰ অ’পিনিয়ন প’লত ভাগ ল’বলৈ তলত ক্লিক কৰক। অ’পিনিয়ন প’লত ভাগ লোৱাৰ অন্তিম দিন ২০ জুলাই ২০২২

CLICK HERE