২০২৪ত বিজেপিৰ সম্ভাব্য প্ৰাৰ্থী

474
  • ৰাজনীতি অসমৰ প্ৰতিবেদন

ৰাজনীতি অসম’ (WWW.RAJNITIAXOM.COM) : অসমৰ প্ৰথম ৰাজনৈতিক ই-আলোচনী


২০২৪ লোকসভা নিৰ্বাচন সমাগত। বিজেপি, অগপ আৰু ইউপিপিএলে আগন্তুক নিৰ্বাচন একেলগে খেলিব। বিজেপিয়ে অগপক দুখন আৰু ইউপিপিএলক এৰি দিব এখন আসন। অগপক বিজেপিয়ে এৰি দিব ধুবুৰীৰ লগতে নগাওঁ আসন। এই দুখনৰ এখনতো অগপ জিকাৰ আশা নাই। সেয়েহে বিজেপিয়ে দিছে আন কেইবাখন আসনত অগপৰে সৈতে বন্ধুত্বপূৰ্ণ প্ৰতিদ্বন্দ্বিতা কৰাৰ প্ৰস্তাব।  আনফালে ইউপিপিএলে পাব কোকৰাঝাৰ আসন। মিত্রজোঁটৰ সম্ভাব্য প্ৰাৰ্থী তালিকা আহি পৰিছে আমাৰ হাতত।

কৰিমগঞ্জঃ মুণ স্বৰ্ণকাৰ
শিলচৰঃ পৰিমল শুক্লবৈদ্য
ডিফুঃ হৰেণ সিং বে
ধুবুৰীঃ জাবেদ ইছলাম( অগপ)
বৰপেটাঃ চন্দ্ৰমোহন পাটোৱাৰী
দৰং-ওদালগুৰিঃ দিলীপ শইকীয়া
গুৱাহাটীঃ কুইন ওজা
নগাওঁঃ মণিমাধৱ মহন্ত( অগপ)
কাজিৰঙাঃ মৃণাল শইকীয়া
তেজপুৰঃ পল্লৱলোচন দাস
যোৰহাটঃ কামাখ্যা প্ৰসাদ তাছা/অংকিতা দত্ত
লখিমপুৰঃ সৰ্বানন্দ সোণোৱাল
ডিব্ৰুগড়ঃ ৰামেশ্বৰ তেলী
কোকৰাঝাৰঃ ইউ.জি ব্ৰহ্ম ( ইউপিপিএল)