বিজেপিৰ দ্বিতীয় শক্তিশালী নেতা কোনজন?

531

হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্রী হোৱাৰ পিছৰে পৰা বিৰোধীয়ে অসমত একনায়কত্ববাদ চলা বুলি অভিযোগ কৰি আহিছে। যেতিয়া ৰাজ্যত এজন শক্তিশালী মুখ্যমন্ত্রী থাকে তেতিয়া এনে অভিযোগ উঠ‍াটো স্বাভাবিক। মুখ্যমন্ত্রীৰ কাম সকলো বিভাগক সমানে আগবঢ়াই লৈ যোৱা। সেইবাবে সময়ত মুখ্যমন্ত্রীয়ে মন্ত্রী আৰু বিষয়াৰ ওপৰত কঢ়া আচৰন কৰিব লগা হয়। ইয়াক একনায়কত্ব নাম দিয়েনে কিবা অন্য সেয়া ৰাইজৰ বিচাৰ্য্য বিষয়। আজিৰ প্ৰশ্নটো হ’ল মুখ্যমন্ত্রীৰ পিছত অসমত বিজেপিৰ সকলোতকৈ শক্তিশালী নেতা কোনজন? আমাৰ অ’পিনিয়ন প’লত ভাগ ল’বলৈ তলত ক্লিক কৰক। অ’পিনিয়ন প’লত ভাগ লোৱাৰ অন্তিম দিন ২০ জুন ২০২২।

ইয়াত ক্লিক কৰক