৬৯% ৰ মতে শৰ্মাৰ জয়ৰ ব্যৱধান হ’ব সৰ্বাধিক

1156

‘ৰাজনীতি অসম’ অসমৰ প্ৰথম ৰাজনৈতিক ই-আলোচনীৰ প্ৰতিবেদন


ৰাজনীতি অসম’ (WWW.RAJNITIAXOM.COM) : তিনি বছৰ: ২ লাখ ১২ হাজাৰ পঢ়ুৱৈ


ৰাজনীতি অসমৰ এপ্ৰিল ২০২১ খণ্ডত আমাৰ প্ৰশ্ন আছিল _আগন্তুক বিধানসভা নিৰ্বাচনত কোন জয়ী হ’ব সৰ্বাধিক ভোটৰ ব্যৱধানত। ২০১৬ চনত সৰ্বাধিক ভোটৰ ব্যৱধানত জয়ী হোৱা দহজন বিধায়ক আছিল ক্ৰমে
১) অতুল বৰা( জ্যেষ্ঠ) ১,৩০,১৯৭
২) সিদ্ধাৰ্থ ভট্টাচাৰ্য্যঃ  ৯৬,৬৩৭
৩) ৰমেন্দ্ৰ নাৰায়ণ কলিতাঃ ৮৯,৯১০
৪) হিমন্ত বিশ্ব শৰ্মাঃ ৮৫,৯৩৫
৫) শিলাদিত্য দেৱঃ ৫৫,৮৪৯
৬) অশোক শৰ্মাঃ ৫৩,০৪৪
৭) পবীন্দ্ৰ ডেকাঃ ৫১,৯৭৬
৮) ভূবন পেগুঃ ৪৯,২৯৩
৯) প্ৰণব কলিতাঃ ৪৮,৭৪২
১০) শ্বেৰমান আলিঃ ৪৩,৪৩৩
২০২১ৰ নিৰ্বাচনত ৬৮.৮% ৰাইজৰ মতে হিমন্ত বিশ্ব শৰ্মা সকলোতকৈ বেছি ভোটত জয়ী হ’ব। আমাৰ অ’পিনিয়ন প’লৰ সম্পূৰ্ণ ফলাফল আছিল এনে ধৰণৰঃ
হিমন্ত বিশ্ব শৰ্মাঃ ৬৮.৮%
অতুল বৰা ( জ্যেষ্ঠ) ঃ ১২.৫%
ভূবন পেগুঃ ৬.৩%
ৱাজেদ আলি চৌধুৰীঃ ৩.১%
অন্যঃ ৯.৪%
ৰাইজৰ এই অনুমান সত্য হয়নে সেয়া প্ৰমাণ হ’ব অহা ২ মে তাৰিখে।