কোন শ্ৰেষ্ঠ মুখ্যমন্ত্রী?

869
ভাৰতবৰ্ষত ২৯ খন ৰাজ্য আছে। সময়ে সময়ে ইয়াত শাসন কৰা মুখ্যমন্ত্রীজনৰ পাৰদৰ্শিতাকলৈ প্ৰশ্নৰ উদয় হয়। এইবাৰ ৰাজনীতি অসমৰ অ’পিনিয়ন প’লত অসমৰ ৰাইজে এই প্ৰশ্নৰ উত্তৰ দিয়াৰ সুযোগ পাব? আমাক জনাওক ভাৰতৰ শ্ৰেষ্ঠ মুখ্যমন্ত্রী কোনজন? আমাৰ অ’পিনিয়ন প’লত ভাগ লবলৈ তলত ক্লিক কৰক। অ’পিনিয়ন প’লত ভাগ লোৱাৰ অন্তিম দিন ২০ ডিচেম্বৰ ২০২১।
CLICK HERE