নতুন চৰকাৰৰ কি কামত আপুনি আনন্দিত?

812

যোৱা ডেৰ মাহত ড° হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰখনে গতিশীলতা দেখুৱাইছে। চৰকাৰখনে বিভিন্ন বিভাগত সংস্কাৰ আনি পাৰদৰ্শীতা বঢ়াবলৈ যত্ন কৰিছে। আমাক জনাওক চৰকাৰে লোৱা কোনটো পদক্ষেপত আপুনি সকলোতকৈ বেছি আনন্দিত। আমাৰ অ’পিনিয়ন পোলত ভাগ ল’বলৈ তলত ক্লিক কৰক। অ’পিনিয়ন পোলত ভাগ লোৱাৰ অন্তিম দিন ২১জুলাই ২০২১।

CLICK HERE