সোনোৱাল নে গগৈ ? ৰাইজৰ মতামত

9043

গণতন্ত্ৰত ৰাইজেই ৰজা হৈ থকাটো আবশ্যক। সেই কথা মনত ৰাখি আমি সমাজক প্ৰভাবিত কৰিব পৰা বিভিন্ন বিষয়ৰ ওপৰত ৰাইজৰ মতামত গ্ৰহণ কৰাৰ চেষ্টা চলাইছিলো। টুইটাৰৰ যোগেদি আমি অসম তথা গোটেই ভাৰতবৰ্ষৰ জনগনক কিছুমান প্ৰশ্ন কৰিছিলো। আমাৰ টুইটাৰ একাউন্ত @RajnitiAxom ৰ পৰা কৰা চাৰ্ভে বিলাকলৈ আমি ১৩০০ তকৈও অধিক মত লাভ কৰিছো। তাৰে প্ৰথম দহটা চাৰ্ভেৰ ফলাফল তলত প্ৰকাশ কৰা হ’ল।

Question 1: Who is a better CM?  Sarbananda Sonowal or Tarun Gogoi ?

Question 2: Increased fuel price has resulted anger against Modi government. Yes/No

Question 3: Fuel price hike will impact Modi’s 2019 mission..Yes /No

Question 4: United opposition is a threat for Modi in 2019. Yes/No

Question 5: Congress should have a president outside Gandhi Family. Yes/No

 

Question 6: Mr Sonowal should talk more clearly about citizen amendment bill. Yes/No

Question 7: JD(S)-Congress government in Karnataka will survive for more than 100 days. Yes/No

Question 8: Yashwant Sinha was a successful Finance minister. Yes/No

9. Rahul played a master stroke in Karnataka Yes/No

10) It is high time for Shatrughan Sinha to join congress. Yes/No


‘ৰাজনীতি অসম’ ই-আলোচনী খন সম্পূৰ্ণকৈ পঢ়াৰ বাবে ইয়াত ক্লিক কৰক www.rajnitiaxom.com