নাগৰিকত্ব সংশোধনী বিধেয়কখন আপুনি সমৰ্থন কৰেনে? অ’পিনিয়ন প’ল – ফেব্ৰুৱাৰী ২০১৯

10208
নাগৰিকত্ব সংশোধনী বিধেয়কখন আপুনি সমৰ্থন কৰেনে? নাগৰিকত্ব সংশোধনী বিধেয়কক লৈ কৰা কোনজন নেতাৰ কথাত আপুনি পতিয়ন গৈছে?
ৰাজনীতি অসমৰ অ’পিনিয়ন প’লত ভাগ লওক আৰু লাভ কৰক আকৰ্ষণীয় পুৰস্কাৰ। অ’পিনিয়ন প’লত ভাগ লবলৈ তলত ক্লিক কৰক।

Click Here

অ’পিনিয়ন প’লত ভাগ লোৱাৰ অন্তিম দিন ২০ ফেব্ৰুৱাৰী ২০১৯. ফলাফল প্ৰকাশ পাব ১ মাৰ্চ ২০১৯ খণ্ডত।

জানুৱাৰী মাহৰ অ’পিনিয়ন প’লত ভাগ লোৱা সকলৰ মাজৰ পৰা লটাৰী যোগে পুৰষ্কাৰৰ বাবে নিৰ্বাচিত হৈছেঃ

তপন চাংমাই ..তেখেতক ৰাজনীতি অসমৰ ফালৰ পৰা অভিনন্দন!!