বিজেপি আৰু কংগ্ৰেছে লোকসভাত পাব কিমান আসন? অ’পিনিয়ন প’ল মাৰ্চ ২০১৯

12437
লোকসভা নিৰ্বাচন সমাগত। আমাৰ অ’পিনিয়ন প’লত ভাগ লওক আৰু আমাক জনাওক আগন্তুক লোকসভা নিৰ্বাচনত বিজেপি আৰু কংগ্ৰেছে কিমান আসন পাব ? আপোনাৰ অনুমান সঠিক হ’লে আপুনি পাই যাব পাৰে ৩২ ইঞ্চিৰ এটা ৰঙীন টিভি। আমাৰ অ’পিনিয়ন প’লত ভাগ লবলৈ তলত ক্লিক কৰক।
আমাৰ অ’পিনিয়ন প’লত আপুনি পুৰ্বানুমান কৰিব লাগিব বিজেপি আৰু কংগ্ৰেছে অসমৰ পৰা (মুঠ ১৪ খন আসনৰ ভিতৰত) তথা গোটেই ভাৰতবৰ্ষত ( মুঠ ৫৪৩ খন আসনৰ ভিতৰত) কিমান আসন পাব? আমাৰ অ’পিনিয়ন প’লৰ নিয়ম সমূহ তলত উল্লেখ কৰা হ’লঃ
১) এজন লোকে মাত্র এবাৰ ভাগ ল’ব পাৰিব।
২) অ’পিনিয়ন প’লৰ ফলাফল লোকসভা নিৰ্বাচনৰ পিছত প্ৰকাশ পাব। আপোনাৰ সকলো অনুমান শুদ্ধ হ’লেহে আপুনি পুৰস্কাৰৰ বাবে নিৰ্বাচিত হ’ব।
৩) পুৰস্কাৰ লাভ কৰিব লগীয়া লোকৰ সংখ্যা সৰ্বাধিক দুজন। দুজনতকৈ বেছি লোকৰ অনুমান শুদ্ধ হ’লে লটাৰী যোগে দুজন বিজেতা নিৰ্বাচিত হ’ব।
৪) টিভিৰ ব্ৰেণ্ড,  মডেল আদি বাচনি কৰিব ৰাজনীতি অসমৰ সম্পাদক মণ্ডলীয়ে।
৫) যিকোনো বাদ-বিবাদ আদিৰ ক্ষেত্রত ৰাজনীতি অসমৰ সিদ্ধান্তই চুৰান্ত সিদ্ধান্ত হ’ব।
(*ফটো ইন্টাৰনেটৰ পৰা সংগ্ৰহ কৰি)