২০২১ত কি হ’ব আঙুৰলতা আৰু সুমনৰ? অ’পিনিয়ন প’ল আগষ্ট ২০১৯

4329
বিজেপিৰ দলৰ টিকটত ২০১৬ বিধানসভা নিৰ্বাচনত জয়ী হৈছিল মাত্র দুগৰাকী মহিলা বিধায়িকা। কঠিন যুঁজত শেষ হাঁহি মাৰিছিল বটদ্ৰবাৰ পৰা আঙুৰলতা ডেকা আৰু হাজোৰ পৰা সুমন হৰিপ্ৰিয়া। অসমীয়া চলচিত্রৰ লগত জৰিত এই দুগৰাকী মহিলাই পুনৰ টিকট পালে জয়ী হোৱাটো সম্ভব হ’বনে? আমাৰ অ’পিনিয়ন প’লত ভাগ লওক আৰু লাভ কৰক আকৰ্ষনীয় পুৰস্কাৰ। আমাৰ অ’পিনিয়ন প’লত ভাগ ল’বলৈ তলত ক্লিক কৰকঃ
অ’পিনিয়ন প’লত ভাগ লোৱাৰ শেষ দিন ২০ আগষ্ট ২০১৯।

য়োৱামাহৰ অ’পনিয়ন প’লত পুৰস্কাৰৰ বাবে লাকী ড্ৰৰ জৰিয়তে নিৰ্বাচিত হৈছে অঞ্জনজৌতি দাস, তেখেতলৈ ৰাজনীতি অসমৰ ফালৰ পৰা অভিনন্দন।