২০২১ত ৰকিবুল আৰু ৰূপজ্যোতিৰ কি হ’ব? অ’পিনিয়ন প’ল

2243
ৰাজনীতি অসমে এইমাহত অসমৰ আন দুটা গুৰুত্বপূৰ্ণ সমষ্টি মৰিয়নি আৰু চামুগুৰিৰ ওপৰত অ’পিনিয়ন প’ল আগবঢ়াইছে। যদি ৰকিবুল হুছেইন আৰু ৰূপজ্যোতি কুৰ্মী কংগ্ৰেছতে থাকে আৰু দুয়োকে ২০২১ বিধানসভা নিৰ্বাচনত কংগ্ৰেছৰ টিকট দিয়া হয় তেন্তে ফলাফল কি হ’ব?
অ’পিনিয়ন প’লত ভাগ ল’বলৈ তলৰ ক্লিক কৰকঃ
অ’পিনিয়ন প’লত ভাগ লোৱাৰ শেষ দিন ২০চেপ্তেম্বৰ ২০১৯।