২০২৪: অসমত বিজেপিৰ আসন ১১ +

634
  • ৰাজনীতি অসমৰ প্ৰতিবেদন

ৰাজনীতি অসম’ (WWW.RAJNITIAXOM.COM) : অসমৰ প্ৰথম ৰাজনৈতিক ই-আলোচনী


ৰাজনীতি অসমৰ যোৱা মাহৰ অ’পিনিয়ন প’লত আমি জানিবলৈ বিচাৰিছিলো ২০২৪ লোকসভা নিৰ্বাচনত বিজেপি আৰু কংগ্ৰেছে কিমানখন আসন পাব? আমাৰ অ’পিনিয়ন প’লৰ ফলাফল এনে ধৰণৰঃ

২০২৪ত বিজেপিয়ে কিমান আসন পাব?

১১ৰ পৰা ১৪- ৫২.৯%
৭ ৰ পৰা ১০- ২৯.৪%
৩ ৰ পৰা ৬- ১১.৮%
শুন্যৰ পৰা ২- ৫.৯%

২০২৪ত কংগ্ৰেছে কিমান আসন পাব?

১১ৰ পৰা ১৪- ৫.৯%
৭ ৰ পৰা ১০- ১১.৮%
৩ ৰ পৰা ৬- ১১.৮%
শুন্যৰ পৰা ২- ২৯.৪%

আমাৰ অ’পিনিয়ন প’লৰ পৰা স্পষ্ট হ’ল যে অসমত বিজেপি যঠেষ্ট শক্তিশালী। মুখ্যমন্ত্রীয়ে যে ১১.৫ আসনৰ কথা কৈ আছে তাত সত্যতা আছে।